পৃষ্ঠা:New Testament in Assamese.djvu/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ অধ্যায় | ১২ তেতিয়া যেতিয়া পানী খলক হয়, তেতিয়া পুখুৰিত নমাই দিবলৈ মোৰ কোনো মানুহ নাই; তাতে মই যাওতে যাওতে মোতকৈ আগেয়ে আনে নামেগৈ, ৮ তেতিয়া যীশু এ কলে, উঠা, তোমাৰ শয্যা তুলি লৈ যােৱা ! ১ তেতিয়াই সি স্বস্থ হৈ আপোনাৰ শয্যা তুলি লৈ গল । ১০ সেই দিন বিশ্রাম বাৰ ; এই হেতুকে য়িহুদিবিলাকে স্বস্থ হোৱটিত কলে, আজি বিশ্রাম বাৰ, শয্য। লৈ যাব নেপাই । ১১ তাতে সি উত্তৰ কৰিলে, যি জনে মােক স্বস্থ কৰিলে, তেৱেই অজ্ঞা দিলে, তোৰ শয্যা তুলি লৈ যা । সিবিলাকে সুধিলে, তোৰ শয্যা তুলি লৈ য! বোলা জন কেনি? ১৩ কিন্তু তেওঁ কোন, তাক সুস্থ হোৱাটে নেজানিলে, কিয়নো সেই ঠাইত মানুহৰ সমূহ হােৱাত যীশু আঁতৰ হৈ গৈছিল। ১৪ পাছে যীশু এ মন্দিৰত তাক দেখি কলে, দেখ, তুমি সুস্থ হল ; অধিক দুর্গতি যেন নহয়, এই নিমিত্তে আকও পপি নকৰিবা । ১৫ তীতে সেই মানুহে গৈ য়িহুদিবিলকিত কলে, যি জনে মােক সুস্থ কৰিলে, তেওঁ যীশু। ১৬ তাতে রীশুএ বিশ্রাম বাৰত এই কম কৰা হেতুকে য়িহুদি- বিলাকে তেওঁক তাৰণা কৰিলে, [আৰু বধ কৰিবলৈকো উপায় বিচাৰিলে। ১৭ যীশু সিহঁতত কলে, মােৰ পিতৃএ এতিয়ালৈকে কৰম কৰি আছে, ময়ে। সেই দৰে কৰে। ১৮ তাতে যীশুএ বিশ্রাম বাৰক অমান্য কৰিলে অকল এয়ে নহয়, তাতকৈয়াে ঈশ্ব মােৰ পিতৃ বুলি, আপােনাকো ঈশ্বৰ সমান কৰিলে, সেই নিমিত্তে য়িহুদিবিলাকে তেওঁক বধ কৰিবলৈ আৰু উপায় বিচাৰিলে । ১৯ তেতিয়া যীশুএ মাত লগাই সিহঁতত কলে, মই তোমোলাকত অতি স্বৰূপকৈ কৈছো, পুত্ৰই পিতৃক ঘি যি কৰ্ম কৰিবৰ দেখে, তাত বাঝে তেওঁ আপােনাৰ ইচ্ছাৰে একো কৰম কৰিব নােৱাৰে ; পিতৃএ যি কৰে, পুত্রেও তাকেহে কৰে । ২° কিয়নো পিতৃএ পুত্রক প্রেম কৰে, আৰু আপুনি যি যি কৰম কৰে, সেই সকলোকে পুত্ৰক দেখাই; আৰু তোমোলাকে যেন বিস্ময় মানা, ইয়াতকৈয়ো মহত কৰম তেওঁক দেখাব পিতৃএ যেনেকৈ মৰবিলাকক তুলি জীয়াই, পুত্রেও যাকে যাকে ইচ্ছ। কৰে, সেই ৰূপে তাকে তাকে জীয়াই । ২২ সকলোএ যেনেকৈ পিতৃক মৰ্যতা কৰে, পুত্রকো তেনেকৈ যেন মৰ্যতা কৰে, এই নিমিত্তে পিতৃএ অ- পুনি কাৰে সোধ নকৰি অটাই সোধৰ ভাৰ পুত্ৰক সোধাই দিলে । ২৩ যি কোনো পুত্ৰক মৰ্য্যতা নকৰে, সি তেওঁক পঁচা পিতৃকো মৰ্যতা নকৰে। ২৪ মই তোমোলকিত অতি স্বৰূপকৈ কওঁ, যি জনে মােৰ কথা শুনি মােক পঁচা জনত বিশ্বাস কৰে, সি অনন্ত অয়স পাই, আৰু কেতি য়াও দণ্ডৰ পাত্ৰ নহয়, কিন্তু মৃত্যুৰ পৰা তৰি পৰম আয়ুসত সোমাল । ২৫ মই তোমোলকিত অতি স্বৰূপকৈ কৈছে, যি কালত মৰাবিলাকে ঈশ্বৰৰ পুত্রৰ মাত শুনিব, আৰু যিবোৰে শুনে সেইবােৰ জীব, এনে কাল আহিছে ২১