পৃষ্ঠা:New Testament in Assamese.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭ ০ রোহান। নাৰ কথাবেও অাৰু বহু মানুহে বিশ্বাস কৰি সেই তিৰোতাত কলে, ৪২ অকল তোমাৰ কথাৰে বিশ্বাস কৰোঁ, এনে নহয়; কিন্তু তেও যে জগ- তক ত্রাণ কত্ত। খ্রীষ্ট, তেওঁৰে কথা শুনি ইয়কি অমি অপুনিএই জানিছে।। ৪৩ সেই দুদিনৰ পছে তেওঁ তাৰ পৰা গালীললৈ গল ; ৪৪ কিয়নে। অাপোন দেশত ভবিষ্যত বক্তাৰ মৰ্ডতা নহয়, যীশুএ তাপুনি এই প্রমাণ দি কলে, । ৪৫ পাছে গালীলৰ যিবোৰ মানুহ পৰ্ব্বলৈ গৈছিল, আৰু পৰ্বৰ কা, লত য়িৰুছলিম নগৰত তেওঁৰ সকলো কম দেখিছিলে, তেওঁ গালিললৈ অ- হিলত সিবিলাকে তেওঁক গ্ৰহণ কৰিলে । ৪৬ পাছে যি কানা নগৰত যীশু পানীকে লতা পনিয়ালৰ ৰস কৰিছিলে, তালৈ তেওঁ অকিও আহিল । সেই কালত এজন ৰাজ মেলুয়াইৰ লৰা এটা কিফাহুম নগৰত ৰুগীয়া হোৱাত, ৪৭ তেওঁ য়িহুদা দেশৰ পৰা গালীললৈ যীশু অহা সুনি, তেওঁৰ ওচৰলৈ গৈ প্রার্থনা কৰি কলে, মোৰ পো মৰিব লগা হৈছে, অপুনি আহি তাক স্বস্থ ৪৮ তেতিয়া য়ীশুএ কলে, অশ্চিৰিত চিন অৰুি মহত কম নেদে- খিলে, তোমোলাকে বিশ্বাস নকৰা। ৪১ তাতে মেলুয়ায়ে তেওঁত কলে, হে প্রভু, মোৰ পো নৌ মৰোঁতেই অহেকি। যীশুএ তেওঁত কলে, যোআ, তােমাৰ পোৱা জীলে । তেতিয়া যীশুএ কোৱা কথাতে তেওঁ বিশ্বাস কৰি গছি গল । ৫১ পাছে যাওতে বাটতে তেওঁৰ বন্দীবােৰে লগ পাই তেওঁত কলে, আপোনাৰ পোৱা জীলে । ৫২ তাৰ কেতিয়াৰ পৰা ৰোগ গুছিবলৈ ধৰিলে, ইয়াক সুধিলত সিহঁতে কলে, কালিৰ দুপৰ অহৈ উৰি বেলিৰ পৰা তেওঁক জৰে এৰিলে । ৫৩ সেই ভঁৰতে যীশু কৈছিলে, তোমাৰ পোৱা জীলে, বাপেকে তাকে বুঝি, ঘৰৰ সকলোএ সৈতে বিশ্বাস কৰিলে । ৫৪ য়িহু- দ। দেশৰ পৰা গালীললৈ আহি, যীশুএ এই দ্বিতীয় অশ্চৰিত কৰম কৰিলে । কৰোক । ৫ অধ্যায় । ছিল। তাৰ পাছে য়িহুদিবিলাকৰ পৰ্ব্ব হলত যীশু য়িছালম নগৰলৈ গল । ২ য়িৰু- ছালমত মেৰ ছাগ দুৱাৰৰ ওচৰত ইব্ৰি ভাষাৰে বৈথিচুদা নামেৰে পাঁচ ঘাটেৰে এটা পুখুৰি আছিল । ৩ সেই ঘাটবোৰত কনা, খােৰা, নিচলা আদি অনেক ৰুগীয়া মানুহ পৰি থাকি [পানী খলকালৈ বাট চাই অ-

  • কিয়নো কোনো কালত সেই পুখুৰিলৈ এটা স্বৰ্গৰ দূতে নামি

পানীক খলক লগাই; পানী খলকাৰ পাছে যেয়ে প্রথমতে পানীত নামে, তাৰ যি কোনো ৰোগ হওক, তাৰ পৰা সি মুক্ত হয় ।] ৫ সেই কালত একুৰি অঠৰ বছৰৰ পৰা ৰোগে ধৰা এটা মানুহ তাতে আছিল । যীশু তাক পৰি থাকিবৰ দেখি, বহু দিনৰ ৰুগীয়া হেন জানি তাত কলে, তুমি স্বস্থ হবলৈ ইচ্ছা কৰা নে? ৭ ৰুগীয়াটে তেওঁক সমিধান দি কলে, হে দেও,