পৃষ্ঠা:New Testament in Assamese.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ অধি॥ ১৩১ লৰ মানুহৰ ওপৰত পৰিব; ৫১ তোমেলিকিত মই স্বৰুপকৈ কও, এই কালৰ মানুহবিলাকৰ ওপৰত সেই দোসৰ প্ৰতিফল পৰিব। ৫২ হাই হাই বিধান পণ্ডিতবিলকি, তোমোলাকে গিয়ানৰ চাবি কাহি নিলা; তোমোলাকো সো- মোঅ নাই, অৰু সোমাবলৈ ধৰাবিলকিকো বাধা কৰিলা। কথা কোঅতি অধ্যাপক আৰু ফিৰুচিবিলাকে তেঁওক তাপবাদ দিবৰ নি- মিতে চল বিচাৰি, তেঁওৰ মুখৰ কথাত কোনো দাই ধৰিবলৈ উপাই কৰি, ৫৪ তেঁওক বৰকৈ উদগাই অনেক কথা কোঅবলৈ ধৰিলে। এই ব্যপ ১২ অধি]] 1 সেই কালত হেজাৰ হেজাৰ মানুহ গেটি খলিত ইজনে সিজনে হেচা হেঁচি- কৈ ধৰিলে; তেতিয়া তেঁও আপোনাৰ সিদ্যবিলাকত কবলৈ ধৰিলে, ফি- চিবিলাকৰ জি খমিৰ, অৰ্থাত কপট, তালৈ বিসেসকৈ সাৱধান কৰা। ২ কিয়নো জি প্ৰকাস নহব, এনে কোনো বস্তু ঢাকি থোঅ নাই, অৰু জি জনা নহব, এনে একো লুকু আ নাই। তোমোলাকে এন্ধাৰত জি জি কথা কলা, তাক পহত সুনা, জাব , আৰু গুপূত ঠাইত তোমোলাকে কা- নত জি কলা, তাক ঘৰৰ ওপৰৰ পৰা প্ৰচাৰ কৰা জীব। ৪ আৰু হে মিতিৰবিলাক, তোমোলকিত মই কৈচে, জিবিলাকে সৰিলক বধ কৰে, তাৰ পাচে একো কৰিব নোঅৰে, সিহঁতলৈ ভই নকৰিবা। কোন জনলৈ ভই কৰিব লগা, তাক মই তোমোলাকত জনাও; জি জনে মাৰিবৰ পাচে নকত পেলবৰে। সক্তি আচে, তেঁতলৈ ভই কা; হই, মই তোমোলাকত কৈচেঁ, তেঁওলৈকে ভই কৰা। ৬ পঁচোটা ঘনচিৰিকা দুই পইচালৈ নেবেচে নে? তথাপি সিহঁতৰ এটিকো ইম্বৰৰমনত পাহৰা নেজাই। ৭ আৰু তোমোলাকৰ মুৰৰ সকলো চুলিও লেখা হৈছে, এই হেতুকে ভই নকৰিবা; তোমোলকি তানেক ঘনচিৰিকাকৈ বহু মুলিয়া। ৮ আৰু মই তোমোলকিত কৈচো, মানুহৰ অগিত জি কোনোএ মোক সৈ কাহে, মানুহৰ পুত্ৰয়ো ইস্বৰৰ দুতবিলাকৰ আগত তাক সৈ কাহিব; কিন্তু মানুহৰ অগিত জি কোনোএ মোক আসৈ কৰে, ইস্বৰৰ দূতবিলাকৰ অ- গত তাকে আসৈ কৰা হব। ১০ আৰু জি কোনো এ মানুহৰ পুত্ৰৰ অহিতে কথা কই, তালৈ তাক খেমা কৰা হব; কিন্তু জি কোনোএ পবিত্ৰ আত্মাৰ অহিতে নিন্দা কৰে, তাক খেমা কৰা নহব। আৰু জেতিয়া সিহঁতে নাম ঘৰলৈ আৰু অধিকাৰ সক্তিমন্তবিলাকৰ অগিলৈ তোমোলকিক আনে, তেতিয়া কি ৰুপে বা কেনে উতৰ দিবা, বা কি কথা কব, তালৈ একো চিন্তা নকৰিবা; ১২ কিয়নো জি জি কব লগা, সেই ভঁৰতেই পবিত্ৰ আত্মাই তাক তোমোলাকত সিকবি। ১১