পৃষ্ঠা:New Testament in Assamese.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুক। ৪ ০ এই সৰিলব প্ৰদিপ; এই হেতুকে তোমাৰ চকু জদি সুদৃিষ্টি হই, তেন্তে তে- মাৰ গোটেই সৰিল প্ৰকাশ হব, কিন্তু চকু কুদ্ৰিষ্টি হলে, তেন্তে তোমাৰ সৰিল এন্ধাৰমই হব। ৩৫ এতেকে তোমাৰ ভিতৰৰ জি পহৰ, সি জেন এন্ধাৰ নহই, তালৈ সাৱধান কৰা। ৩৬ কিয়নো সৰিলৰ কোনো ভাগ এন্ধাৰ নহৈ, গোটেই সলি জদি প্ৰকসি হই, তেন্তে চাকিৰ কান্তিএ জি ৰুপে তোমাক পহৰ দিএ, সেই ৰুপে গোটেই সৰিল প্ৰকাসিত হব। ৩৭ এই কথা কওতে এজন ফিচিএ আপোনাৰ লগত ভেজি খাবলৈ তেঁওক নিমন্ত্ৰন কৰিলে; তাতে তেঁও গৈ ভেজিনত বহিলগৈ। ৩৮ কিন্তু তেঁও ভোজনৰ আগৈ এ বুৰ মৰা নাই, ইয়াকে দেখি সেই ফিচিএ বিস্মই মানিলে। ৩৯ তেতিয়া প্ৰভূএ তাত কৈচে, তোমোলাক ফিচি লোকে বাটি কাহিৰ বীজ ফাল নিকা কৰা, কিন্তু তোমোলাকৰ ভিতৰ ফলি অমু- ৰি আৰু দুৰ্জনালিৰে পূৰ হৈচে। হে অগিয়ানিবিলাক, জি জনে বা- হিৰ ফাল জিলে, তেঁৱে ভিতৰ ফালে নসজিলে নে? ৪১ কিন্তু তোমো- লাকৰ জি জি বস্তু আছে, তাৰে দান কৰা; তাতে দেখা, সকলো বস্তু তো- মোলাকলৈ সুচি হব। ৪২ কিন্তু হাই হাই ফিচিবিলাক, তোমোলাকে পদিনা আৰুদ আদি কৰি সকলো সাকৰ দসম ভাগটো দান কঢ়ি]; কিন্তু নিয়াই আৰু ইস্বৰৰ প্ৰেম এৰিলা; এইবিলাক পলিন কৰা অৰু সিবিলাককে উলঙ্গ ঘন নকৰা, দুয়ো তোমোলাকৰ উচিত। ৪৩ হাই হাই ফিচি লোক, তোমোলাকে নাম ঘৰত প্ৰধান আসন, আৰু হাট বজাৰত নমস্কাৰ, এইবিলাকলৈ ইচ। কৰা। ৪* হাই হাই, [কপটি অধ্য- পক আৰু ফিচিবিলকি,] জি মৈদামৰ ওপৰে মানুহবিলাকে নেজানি- এই জাই, এনে গুপুত মৈদামৰ নিচিনা তোমোলাক। ৪৫ তেতিয়া বিধান পণ্ডিত এজনে সমিধান দি কলে, হে গুৰু, এনে কথা কোঅতি তুমি আমাকে দেসি দিচা। তাতে তেও কলে, হাই হই বিধান পণ্ডিতবিলাক, তোমোলাকে মানুহৰ ওপৰত অসহনিয় ভাৰ বেজা দিয়া, কিন্তু অপুনি এটা আঙ্গুলিৰেও সেই ভাৰ নোচো। ৪৭ হাই হাই, তোমোলাকৰ ওপৰ পিত্ৰিবিলাকে জি সকল ভবিস্যত বক্তাক বধ কৰি- লে, তোমোলাকে সিবিলাকৰ মৈদাম বান্ধা। ৪৮ তাতে তোমোলাক জে ওপৰ পিত্ৰিবিলাকৰ কৰমত সন্মত আচা, ইয়াৰ প্ৰমান দিচা; কিয়নো সিহঁতে ভবিস্যত বক্তবিলাকক বধ কৰিলে, তোমোলাকেও সিবিলাকৰ মৈদাম বান্ধা। ৪৯ এই হেতুকে ইস্ব গিয়ানে কৈচে, ভবিস্যত বক্তা আৰু পাচনিবিলাকক সিহঁতলৈ পঠাম, কিন্তু সিবিলাকৰ কোনোক সিহঁতে মাৰিব, কোনোক তাৰ- না কৰিব; তাতে হেবেলৰ তেজৰ পৰাও হোমৰ ভেটিৰে মন্দিৰৰে মা- জত মৰা হোঅ জিখৰিয়াৰ তেজলৈকে, জগতক সুজিবৰে পৰা জি ভবিষ্যত বক্তা সকলৰ তেজ উলিউঅ হল, সেই সকলো দোসৰ প্ৰতিফল এই কা- ৪ ৬