এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
নামৰ [ থোৰা ৩১ হৰিৰ অণ নজি কেলে পোষে, পুত্ৰ ছাৰ্যা মাত্ৰ। যম ৰাজা বুলি- লন্ত সেহিজন যম-যাতনাৰ পত্ৰ। ৩০১ হৰিৰ ৰণ নিচিন্তি চিন্তয় বিষয়ক দিনে ৰাতি। শাস্ত্ৰ সম্মতে জানা সেহিজন ভৈল নিজ আত্মঘাতী ৩০২ প্ৰাৰ্থনা তুমি সৰ্বসাধী আত্মা, হৃষীকেশ জানাহ মোৰ চিত্তক। শৰণাগতক উপেক্ষা কৰা কিসক॥ ৩০৩ মঞি আতুক মঞি আতুক চৰণে কৰা উদ্ধাৰ। তিনি তাপময় সংসাৰ-নিকাৰ সহিতে নপাৰো আৰ। ৩০৪ ৩১। জানানয়ধ্বমসতো দ্বিমুখামুকুন্দপাদাৰৱিষকৰৰসাদ। নিক্ষিলৈ পৰমহংসকুলৈ অসজৈষ্টাগৃহে নিয়মি যান। -ভাগৱত-পুৰাণ ৬,৩২৮