পৃষ্ঠা:Kirtan Ghosha.pdf/৭৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খােবা ৩••] নিন্দা শাস্ত্ৰৰ বিচাৰে নজানে ভকতি পৰমাৰ্থ মতি-মূঢ়। হৰি-কথা-ছলে কহৰে কৰিয়া গৃঢ় ২৯৭ কর্ণত কুমন্ত্র চাৰিও জাতিৰ নিজ পিতৃ কৃষ্ণ জানিয়া যিটো নভজে। এহি পাপে নিজ- ধর্মভ্রষ্ট দুয়া বােৰ নৰকত মজে॥ ২৯৮ হৰিৰ ৰণ নভজি নকৰে আপুন দুখ খণ্ডিত। পৰমার্থ- বিচাৰি কহিয়াে কেমনে সিটো পণ্ডিত। ২৯৯ আপুন জনম ভাৰত ভূমিত লভিলেক যিটো নৰ। হৰিক নভক্তি কৰিলে বিফল সিটো শােচ্য সমস্তৰ। ৩০০ ২৯৮ য এনং পুরুষং সাক্ষাদাপ্রভৱমীখং। ন ভজক্যৱজানস্কি নাাঃ পহন্তাষ। পা ২৯। কুমকুকথা। ৩। শােচ্য সমন—সৌ সমস। আপন জনগ—আপুনাৰ জন্ম (অপু?