পৃষ্ঠা:Kirtan Ghosha.pdf/৭৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রার্থনা : বাহিৰ ভিতৰে তুমি হৰি গুৰু আছাহা চৈতন্য-ৰূপে। দিয়ােক সুমতি তুমি বিনে গতি নাহিকে কৈলাে স্বৰূপে ৩৫ হৰি ও হৰি কণা-সাগৰ কৰিও কৃপা আক্ষক। প্রিয়তম আত্মা সখা ইষ্ট দেৱ মানিয়া আছছ তােক। ৩০৬ হে হৰি মােক দুৰাচাৰ বুলি নকৰিবা পৰিহাৰ। তুমি বিনে মহা- পতিত-পাৱন কোন দেৱ আছে আৰ ৷৷ ৩০৭ নমাে নমােৰাম কৃষ্ণ প্রভু দেৱ তুমি মােৰ নিজ গতি। হুয়ােক সদয় তােহ্মাত নির্মল বতি। ৩০৮ যিমতে হয় ৩৫। ভুক" নৈল্লোপপিচিতিং কৱেশ ব্ৰহ্মাষুষপি কৃতগ্ধমুক্তি। যােহৱহিতা শুভং ক্লিখুন আচাৰ্যচৈত্যৱপু খালিং নিক্তি। ৮। নিছামা চলে।