সমললৈ যাওক

ৱিকিউৎস:কপিৰাইট আলোচনা

বিষয় যোগ কৰক
ৱিকিউৎসৰ পৰা
(ৱিকিউৎস:Copyright discussionsৰ পৰা পুনঃনিৰ্দেশিত)
কপিৰাইট আলোচনা সমজুৱা পৃষ্ঠা
এই পৃষ্ঠাত ৱিকিউৎসৰ কপিৰাইট নীতি উলংঘন কৰা পাঠ্যৰ আলোচনা কৰা হ'ব। আপুনি আগৰ আলোচনাত মন্তব্য দিব পাৰে বা নতুন আলোচনা আৰম্ভ কৰিব পাৰে

মন কৰিব যে কপিৰাইট উলংঘন স্পষ্ট হ'লে কোনো কিতাপ ক্ষিপ্ৰ বিলোপনৰ মাপকাঠীৰ G6ৰ আধাৰত ততালিকে বিলোপ কৰা হ'ব। এৰাব নোৱাৰ কাৰণ থাকিলে সেয়া দুসপ্তাহৰ বাবে ৰখা হ'ব, নহ'লে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আইনী দিশ সুৰক্ষিত ৰাখিবলৈ বিলোপ কৰা হ'ব।

আপুনি কোনো কৰ্মৰ নাম এই পৃষ্ঠাত অন্তৰ্ভুক্ত কৰিলে কৰ্মৰ পৃষ্ঠাৰ শিৰোনামৰ তলত {{copyvio}} বুলি লিখিব দিব যাতে পাঠ্যবোৰ নাইকিয়া হয়। যদি আপুনি ভাবে যে পৃষ্ঠাটো বা কিতাপখন কপিৰাইট উলংঘনৰ বাহিৰে আন যিকোনো কাৰণে বিলোপ কৰিব লাগে তেন্তে অনুগ্ৰহ কৰি প্ৰস্তাৱিত বিলোপন চাওক।

ভাৰতৰ কপিৰাইট নীতি থুলমুলকৈ "ভাৰতৰ কপিৰাইট" পৃষ্ঠাত পাব। আমেৰিকা যুক্তৰাষ্ট্ৰত কপিৰাইট সম্পৰ্কে জানিবলৈ ষ্টেনফ'ৰ্ড কপিৰাইট ডে'টাবে'ছ আৰু পেন্‌চিলভানিয়া বিশ্ববিদ্যালয়ৰ ডে'টাবে'ছ চাব পাৰে। Archive.org-ৰ কপিৰাইট তথ্য বা গুগল বুকেও এই ক্ষেত্ৰত সহায় কৰিব পাৰে। সহায়:ৰাজহুৱা ক্ষেত্ৰ পৃষ্ঠাত কোনো কিতাপ ৰাজহুৱা ক্ষেত্ৰত আছেনে নাই পৰীক্ষা কৰিব পাৰিব।


সাঁচ:Autoarchive resolved section/i18n/en