ৱিকিউৎস:মাহটোৰ ৱিকিউৎস-অসমীয়া

ৱিকিউৎসৰ পৰা

মাহটোৰ মুদ্ৰণ সংশোধনলৈ আপোনাক আদৰিছোঁ!

প্ৰতিমাহে ৱিকিউৎস সম্প্ৰদায়ে মুদ্ৰণ সংশোধনৰ বাবে উপযোগী কিছুমান পাঠ্য বাছনি কৰে৷ এই কাৰ্যত যিকোনো ব্যক্তিয়ে সহায় কৰিব পাৰে। প্ৰকল্পটোৰ উদ্দেশ্য হৈছে ৱিকিউৎসত সংশোধিত গ্ৰন্থৰ সংখ্যা বৃদ্ধি কৰা আৰু প্ৰকল্পটোৰ সামগ্ৰিক মান উন্নত কৰা।

ইয়াৰ দিশসমূহ হৈছে:

  • প্ৰতিমাহে কিছুমান পাঠ্যৰ মুদ্ৰণ সংশোধন আৰু বৈধকৰণ কৰা৷
  • নতুন সদস্যক ৱিকিউৎসৰ বিষয়ে জানিবলৈ অধিক কৌতূহলী কৰি তুলিব৷
  • প্ৰকল্পটোছে ৱিকিউৎসৰ মূল সংগ্ৰহটোক শক্তিশালী কৰি তুলিব আৰু বিনামূলীয়া, স্কেন সমৰ্থিত ই-বুকসমূহ সকলোৰে বাবে সুলভ কৰি তুলিব।

মাহৰ ভাৰতীয় ৱিকিউৎস হৈছে ভাৰতৰ ১২টা ভাৰতীয় ৱিকিউৎস ভাষা সম্প্ৰদায়ক সহায় কৰিবলৈ CIS-A2K দলৰ দ্বাৰা আৰম্ভ কৰা এক কাৰ্যসূচী। বিগত চাৰি বছৰৰ পৰ্যবেক্ষণমতে, ভাৰতীয় ৱিকিউৎস প্ৰুফৰিড-এ-থনৰ সময়ত মাত্ৰ ৬টা সক্ৰিয় ভাষা সম্প্ৰদায়ৰহে মানসম্পন্ন স্বেচ্ছাসেৱী ভিত্তি আছে। বাকী ছটা সম্প্ৰদায়ৰ উল্লেখযোগ্য অৱদান চকুত পৰা নাছিল৷ আন এটা দিশত, তুলনামূলকভাৱে সক্ৰিয় বাকীবোৰ ভাষা সম্প্ৰদায় কিছুমান কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছে৷ তেওঁলোক শক্তিশালী হোৱাৰো একাধিক থল আছে৷ সেই সমস্যালানি সমাধানৰ হেতুকেই এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে।

লক্ষ্য আৰু উদ্দেশ্য[সম্পাদনা কৰক]

  • এটা নিৰ্দিষ্ট মাহত সম্প্ৰদায়সমূহক সকলো দিশতে সহায় কৰা আৰু ঘনিষ্ঠভাৱে কামত নিযুক্ত কৰোৱা।
  • বৰ্তমান সম্প্ৰদায়সমূহে সন্মুখীন হোৱা সমস্যাবোৰ জানি-বুজি সেইবোৰৰ সমাধানসূত্ৰ আগবঢ়োৱা৷
  • অনলাইন প্ৰশিক্ষণ আৰু সমৰ্থনৰ হেতু ব্যক্তিগতকৃত প্ৰশিক্ষণ এজনৰ পৰা অইন এজনলৈ আৰু আৰু গোটত সমূহীয়াকৈ আগবঢ়োৱাৰ প্ৰয়াস।
  • মাহৰ প্ৰুফৰিডথন পৰিচালনা কৰা।

অংশগ্ৰহণকাৰী[সম্পাদনা কৰক]

  1. Rumi Borah~aswiki (বাৰ্তা) ১৩:২২, ৪ ফেব্ৰুৱাৰী ২০২৩ (IST)[উত্তৰ দিয়ক]
  2. Joli Rumi (বাৰ্তা) ০৯:০৫, ৫ ফেব্ৰুৱাৰী ২০২৩ (IST)[উত্তৰ দিয়ক]
  3. -Chandan Chiring Phukon Chat ২১:৩৭, ১৯ ফেব্ৰুৱাৰী ২০২৩ (IST)[উত্তৰ দিয়ক]
  4. Rajdweep225 (বাৰ্তা) ১৮:২৯, ২৫ ফেব্ৰুৱাৰী ২০২৩ (IST)[উত্তৰ দিয়ক]

ৱিকিউৎস প্ৰুফৰিডথন[সম্পাদনা কৰক]


Date
Start date and time: 2023-02-01 00:00:01
End date and time: 2023-02-28 23:59:59
URL
http://wscontest.toolforge.org/c/95
Index pages
Scores
User Points Contributions Validations
Rumi Borah~aswiki 398 192 89 Details
Joli Rumi 12 12 12 Details
Chiring chandan 10 10 10 Details
Rajdweep225 6 2 0 Details
Pallabi Dutta.Baruah 3 1 0 Details

বাহ্যিক সংযোগ[সম্পাদনা কৰক]