সদস্য বাৰ্তা:Joli Rumi

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
ৱিকিউৎসৰ পৰা

অক্লান্ত কৰ্মী পদক[সম্পাদনা কৰক]

অক্লান্ত কৰ্মী পদক
আন্তৰিক অভিনন্দন! আপোনাৰ ব্যস্ত জীৱনত সময় উলিয়াই অসমীয়া ৱিকিউৎসলৈ নিৰলসভাৱে অৱদান আগবঢ়াই অহাৰ স্বীকৃতিস্বৰূপে আপোনাক এই সন্মান যাচিলোঁ। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

চাণক্য (বাৰ্তা) ১৮:৫৩, ৩১ জানুৱাৰী ২০২২ (IST)[উত্তৰ দিয়ক]

অশেষ ধন্যবাদ! Joli Rumi (বাৰ্তা) ০০:৫৬, ৩ ফেব্ৰুৱাৰী ২০২২ (IST)[উত্তৰ দিয়ক]

Indic Wikisource Proofread-a-thon March 2022 - Result[সম্পাদনা কৰক]

Sorry for writing this message in English - feel free to help us translating it

Congratulations!!!
Dear Joli Rumi, the results of the Indic Wikisource Proofreadthon March 2022 have been published. Kindly visit the project page for your position. Congratulations !!!

The Centre for Internet & Society (CIS-A2K) will need to fill out the required information in this Google form to send the contest awards to your address. We assure you that this information will be kept completely confidential.

Please confirm here just below this message by notifying ("I have filled up the form. - ~~~~") us, when you filled up this form. You are requested to complete this form within 7 days.

Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K) ১১:২৯, ১৮ মাৰ্চ ২০২২ (IST)
Wikisource program officer, CIS-A2K

I have filled up the form. - Joli Rumi (বাৰ্তা) ২০:০৫, ১৮ মাৰ্চ ২০২২ (IST)[উত্তৰ দিয়ক]

Feedback - Indic Wikisource Proofread-thon March 2022[সম্পাদনা কৰক]

Dear Joli Rumi,

Thanks for participating in the Indic Wikisource Proofread-thon March 2022. Please share your experience, obstacles and give your feedback in this below form about the same for improvements in future.

Google form for Your Feedback- Ckick here

Thank you for your contribution to Wikisource. Hopefully, Wikisource will continue to enrich your active constructive editing in the future.

Thanks for your contribution
Jayanta (CIS-A2K) ১১:৪৯, ১৮ মাৰ্চ ২০২২ (IST)
Wikisource program officer, CIS-A2K

আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪[সম্পাদনা কৰক]

প্ৰিয়
Joli Rumi,

আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি, ২০২৪ চনৰ ৮ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ অসমীয়া ৱিকিউৎসত আয়োজিত আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪ শীৰ্ষক ১০দিনীয়া এছিয়ান এডিটাথনটোত অংশগ্ৰহণ কৰি আপুনি যি নিস্বাৰ্থ অৱদান আগবঢ়ালে তাৰ শলাগ ল'লোঁ আৰু আন্তৰিক অভিনন্দন যাচিলোঁ। এডিটাথনৰ অংশ হিচাপে একোখনকৈ কিতাপ প্ৰদানৰ কাৰ্যসূচীক সফল কৰিবৰ বাবে আপুনি তলৰ ফৰ্মখন পূৰণ কৰি সহায়ৰ হাত আগবঢ়াব বুলি আশা ৰাখিলোঁ।

আপোনাৰ উত্তৰোত্তৰ উন্নতি কামনাৰে,

JyotiPN (বাৰ্তা) ২৩:০২, ১৮ মাৰ্চ ২০২৪ (IST)[উত্তৰ দিয়ক]
আয়োজক
আন্তৰ্জাতিক নাৰী দিৱস ৱিকিউৎস এডিটাথন, ২০২৪