ৰূপহ কোঁৱৰৰ চুমা পৰশতে

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search


ৰূপহ কোঁৱৰৰ চুমা পৰশতে

লাজুকী কুঁৱৰী মৰহি যায়।

সোণতে সুৱগা হাঁহি সানি দিলে।

গোলাপী গালতে ৰঙে চৰাই।

সপোনৰে সখা আহি দিলে দেখা

দিয়া সখি দিয়া হিয়া বিলাই।