সূচী আলোচনা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu
প্ৰস্তাৱিত সংশোধন শৈলী[সম্পাদনা কৰক]
- কিছু পৃষ্ঠাত Rh সাঁচটো মূল অংশত সোমাই আছে। সেয়া হে'ডাৰ অংশলৈ নিব লাগিব।
- কোনোটা আখৰৰ খণ্ডবাক্য আৰম্ভ হওঁতে আখৰটো অলপ ডাঙৰ আৰু গাঢ় কৰি দিব (যেনে- {{center|{{larger|'''খ'''}}}})।
- বেলেগ বেলেগ খণ্ডবাক্য লিখোঁতে ক'ল'ন বা অন্য উপায়েৰে ইন্ডেণ্ট কৰিব নালাগে, তলে তলে লিখি গ'লেই হ'ব।
- খণ্ডবাক্যবোৰ পঢ়িবলৈ সুবিধা হোৱাকৈ গাঢ় কৰি দিব।