সমললৈ যাওক

সাঁচ:নিৰ্বাচিত লেখা/২০২৩/জানুৱাৰী-ক

ৱিকিউৎসৰ পৰা

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

কুমৰ হৰণ ৷ চন্দ্ৰ ভাৰতী
লেখক : চন্দ্ৰ ভাৰতী (১৯৫৬)


“সংসাৰ সাগৰে মজি আছে সৰ্ব্বজন।
মহাভাগৱত নৌকা তাহাৰ চৰণ॥
যদি শুদ্ধ চিত্তে শুনে এহি ভাগৱত।
সংসাৰ সাগৰে জলে তৰিব লীলাত॥
মহাভাগৱত চাৰি বেদতে প্ৰধান।
পুৰাণ ভাৰতে আক নুহিকে সমান॥