সাঁচ:নিৰ্বাচিত লেখা/২০২২/ডিচেম্বৰ

ৱিকিউৎসৰ পৰা

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

শিক্ষাবিদ বাণীকান্ত কাকতি
লেখক : নীলিমা বৰা


“১৯১১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰৱেশিকা পৰীক্ষা দি তেওঁ অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত প্ৰথম হৈ প্ৰথম বিভাগত পাছ কৰিলে। ইংৰাজী বিষয়ত তেওঁ সৰ্বোচ্চ নম্বৰ পালে। সেই সফলতাৰ বাবে সোণ আৰু ৰূপৰ পদকেৰে পুৰস্কৃত হ’ল। সুখ্যাতিৰে [ ৭ ]প্ৰৱেশিকা পাছ কৰাৰ পিছতো টকাৰ অভাৱত তেওঁ পঢ়া-শুনা কৰাত বাধা আহি পৰিল। তেতিয়া এখনেই কলেজ গুৱাহাটীৰ ‘কটন মহাবিদ্যালয়’। সেই কলেজত গুৱাহাটীত থাকি পঢ়িবলৈ তেওঁলোকৰ সামৰ্থ মুঠেই নাছিল। পিছে, বাণীকান্ত কাকতি অলৰ অচৰ- তেওঁ কলেজত পঢ়িবই। নিৰুপায় হৈ মাকে স্বামীৰ বন্ধু জিৎৰাম হাজনৰ কায পালেগৈ।”