সাঁচ:নিৰ্বাচিত লেখা/২০২০/জুলাই

ৱিকিউৎসৰ পৰা

এই নিৰ্বাচিত লেখাটো EPUB ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো RTF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো PDF ফাইল ৰূপে ডাউনলোড কৰক। এই নিৰ্বাচিত লেখাটো MOBI ফাইল ৰূপে ডাউনলোড কৰক। ডাউনলোড কৰক!

চলচ্চিত্ৰ- লেখক: উৎপল দত্ত


"চলচ্চিত্ৰ" হৈছে উৎপল দত্তৰ দ্বাৰা ৰচিত চলচ্চিত্ৰ বিষয়ক প্ৰবন্ধ আৰু চলচ্চিত্ৰ সমালোচনাৰ সংগ্ৰহ।

সত্যজিৎ ৰায়ে নিৰ্মাণ কৰা মুঠ ৩৬খন তথ্যচিত্ৰ, কাহিনী-চিত্ৰৰ কাহিনী-বক্তব্য-বিষয়বস্তু, পটভূমি, চৰিত্ৰ, ৰস, আদিৰ মাজত ব্যাপক বিচিত্ৰতা আছে। কিন্তু তাৰ মাজতো কেতিয়াবা স্পষ্ট, কেতিয়াবা গধূলিৰ শেষ পোহৰৰ দৰেই ৰহস্যময় অস্পষ্ট হৈ আত্মপ্ৰকাশ কৰিছে সত্যজিৎ ৰায়ৰ বংশ-ঐতিহ্য, পাৰিবাৰিক-সামাজিক অৱস্থা, ব্যক্তিগত জীৱনৰ নানান ঘটনা-অনুভূতি, অভিজ্ঞতা, সপোন আৰু কল্পনাৰ বিচিত্ৰ উপাদান। ইয়াৰে বহু প্ৰতিফলনক পোনপতীয়াকৈ আত্মজীৱনী বুলি কৈ দিব নোৱাৰি, কিন্তু গভীৰভাবে চালেই কাণৰ ওচৰত স্পষ্টকৈ বাজি উঠে যে ছবিৰ দৃশ্য আৰু তাৰ সামাজিক ব্যক্তিগত ঘটনাৰ নেপথ্যত ঝংকৃত হৈ থকা সুৰৰ গঠন আৰু আবেদন সম্পূৰ্ণ একে।