সদস্য বাৰ্তা:Boranitul/ৰাম-নবমী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
ৱিকিউৎসৰ পৰা

অনিমেষ, বাবুল বৈশ্য বা গীতাৰ্থ কাইটি, যি কোনো এজনে সময় পালে এই নাটক খনিক মোৰ আগৰ নাটকৰ দৰে প্ৰথম অঙ্ক, দ্বিতীয় অঙ্ক, কৈ সজাই দিবচোন। এইকামটোৱেই মোৰ বাবে বৰ টান কাম, এইবাৰ পাৰিলে কেনেকৈ কৰিব লাগে সেইটো শিকাই দিলে ভাল পাম। নহলে আপোনালোকক আমনি কৰি থাকিবলৈও ভাল নালাগে। --Boranitul (talk) ০০:৩৬, ৫ অক্টোবৰ ২০১৪ (IST)[উত্তৰ দিয়ক]