সদস্য বাৰ্তা:লোহিত দত্ত-বৰুৱা
বিষয় যোগ কৰকঅৱয়ব
Latest comment: ৩ বছৰৰ পূৰ্বে by লোহিত দত্ত-বৰুৱা
অনুগ্ৰহ কৰি “খগেশ্বৰ দত্ত বৰুৱা’’ লেখাটো ৱিকিপিডিয়াত (as.wikipedia.org) অন্তৰ্ভুক্ত কৰক৷ Gitartha.bordoloi (বাৰ্তা) ১৯:৪৯, ২০ মাৰ্চ ২০২২ (IST)
- ধন্যবাদ। চেষ্টা কৰিম। অলপ ব্যস্ত আছোঁ। তাতে মই ৱিকিপিডিয়াত লিখা-মেলাত পাৰ্গত নহয়। ইয়াৰ পৰা ডাউনলোড কৰি বা কপি-পেষ্ট কৰি তাত দিব পৰা যাবনে? বহুদিন আগতে অপৈনত হিচাপে তাত এটা দিছিলোঁ। কিন্তু তথ্য-পাতি আপলোড কৰোঁতে কিবা খেলি মেলি হ'ল। আপোনালোক যিহেতু এই বিষয়ত মোতকৈ বহু বেছি পাৰ্গত, আপুনি যদি মোৰ হকে এইটো তাত দিব পাৰে, বৰ কৃতজ্ঞ হম। লোহিত দত্ত-বৰুৱা (বাৰ্তা) ২০:৪২, ২০ মাৰ্চ ২০২২ (IST)
লোহিত দত্ত-বৰুৱা:, ইয়াৰ পৰা কপী কৰি ৱিকিপিডিয়াত নতুন পৃষ্ঠা এটা কৰি দি দিব পাৰে। ইয়াৰ পৰা ডিলিট হৈ যাব কিয়নো ৱিকিউৎস কপিৰাইট উকলা বা দান দিয়া কিতাপ-পত্ৰৰ এটা পুথিভঁৰালহে। মই দিলেও বেয়া কথা হ'ব, আপোনাৰ নামটো নাথাকিব। Gitartha.bordoloi (বাৰ্তা) ১২:০৩, ২১ মাৰ্চ ২০২২ (IST)
- ধন্যবাদ। দুই এদিনতে চেষ্টা কৰিম। পিছে খগেশ্বৰ দত্ত বৰুৱাৰ ১৯৩৮ চনতে লিখা কিতাপখনৰ ২০২২ নতুনকৈ ছপা কৰি উলিওৱা কিতাপখন এই পুথি ভঁড়ালত কেনেকে ভৰাব পাৰি বা পাৰে? ইয়াৰে পৃষ্ঠাটোত "নতুন মূদ্ৰণ" হিচাপে পিডিফ নকলটো আছে। পাৰিলে পিডিফ নকলটো সংৰক্ষণৰ বাবে ভৰাই দিব। লোহিত দত্ত-বৰুৱা (বাৰ্তা) ২০:১১, ২১ মাৰ্চ ২০২২ (IST)
- কপী কৰি ৱিকিপিডিয়াত নতুন পৃষ্ঠা এটা কৰা হৈছে। বহুত ধন্যবাদ। লোহিত দত্ত-বৰুৱা (বাৰ্তা) ২৩:৪৭, ১ এপ্ৰিল ২০২২ (IST)