সদস্য:দিব্য দত্ত/অঞ্জলি

ৱিকিউৎসৰ পৰা
অঞ্জলি

এবাৰ নুমালে সখি
       জীৱনৰ বন্তি গছি
              নজ্বলিব আৰুতো দুনাই
ভকতি অঞ্জলি কণি
       হিয়া ভৰি ঢালোঁ আজি
              আহা সখী পৰাণ মিলাই
বজ্ৰডোলে বান্ধ লই
এক মন্ত্ৰ গাই গাই !!