লেখক:ৰাজীৱ বৰা

ৱিকিউৎসৰ পৰা
ৰাজীৱ বৰা
(১৯৭০—)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক ৰাজীৱ বৰা একাধাৰে কবি, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ নাজিৰা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক। তেওঁৰ এতিয়ালৈকে ৪খন কবিতা পুথি প্ৰকাশ হৈছে। ইয়াৰোপৰি তেওঁৰ সম্পাদনাত বহুকেইখন কবিতাপুথি, প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে। ‘অসমীয়া কবিতা: বিন্দুৰপৰা সিন্ধুলৈ’ শীৰ্ষক সম্পাদিত কবিতাৰ পুথিখন তেওঁৰ উল্লেখযোগ্য কৃতি।

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

কবিতাৰ পুথি[সম্পাদনা কৰক]

  • তটিনী তীৰৰ খেলা, ২০০৫
  • ঢৌ, ২০০৬
  • পানীভাওনা, ২০১৩
  • এন্ধাৰতো ফুটে ফৰিং, ২০১৭
  • মানুহ চেৰাই বাচি থকা নাযায়, ২০২১
  • মাউৰৰ দিন, ২০২২

সমালোচনামূলক পুথি[সম্পাদনা কৰক]

  • বিৱৰ্তন অনুৱৰ্তন, বনলতা, গুৱাহাটী, ২০১৯
  • তৰুণ প্ৰজন্মৰ অসমীয়া কবিৰ কাব্যভংগী', বনলতা, ডিব্ৰুগড়,২০২০
  • যি বাটে নহ'ল যোৱা, অসম পাব্লিচিং কোম্পানী, গুৱাহাটী,২০২০
  • তৰুণ প্ৰজন্মৰ অসমীয়া কবিৰ কাব্যভংগী, ২০২০

আত্মকথা[সম্পাদনা কৰক]

  • যি বাটে নহ’ল যোৱা, ২০২১

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • চিন্তা-পৰিক্ৰমা (প্ৰবন্ধ সংকলন,২০০৭)
  • ত্ৰিপ্ৰসাদ (প্ৰবন্ধ সংকলন, ২০০৭)
  • জন গণ মন মুকুতি (প্ৰবন্ধ সংকলন, ২০০৯)
  • অসমীয়া কবিতা আৰু কথা সাহিত্যৰ আভাস (প্ৰবন্ধ সংকলন, ২০১১)
  • বুকু হম হম কৰে (প্ৰবন্ধ সংকলন, ২০১১)
  • অসমীয়া নাট্য-পৰম্পৰা আৰু চাৰিখন অসমীয়া নাটকঃ বিচাৰ আৰু বিশ্লেষণ (প্ৰবন্ধ সংকলন, ২০১৩)
  • সন্ধিক্ষণৰ অসমীয়া কবিতা (নিৰ্বাচিত কবিতাৰ সংকলন, ২০১৭)
  • সাত সমুদ্ৰত শঙ্খ বাজিছেনে নাই (প্ৰবন্ধ সংকলন, আনিছ উজ জামানৰ সৈতে, ২০১৭)
  • অসমীয়া কবিতাঃ বিন্দুৰপৰা সিন্ধুলৈ (উদ্ভৱ কালৰপৰা সাম্প্ৰতিকলৈ অসমীয়া কবিতাৰ সংগ্ৰহ, ২০১৮)
  • বিৱৰ্তন-অনুৱৰ্তন,২০১৯
  • খেল ভঙা খেল (পাৰ্বতিপ্ৰসাদ বিষয়ক) সদৌ অসম কবি সন্মিলন, ২০১৯
  • প্ৰমথেশ বৰুৱা (প্ৰমথেশ বৰুৱা বিষয়ক), পাঞ্চজন্য, গুৱাহাটী, ২০১৯

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।