লেখক:সৰ্বেশ্বৰ শৰ্মা কটকী
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
←লেখকৰ তালিকা | সৰ্বেশ্বৰ কটকী (১৮৯২–১৯৪৬) |
![]() |
সৰ্বেশ্বৰ শৰ্মা কটকী (১৮৯২- ১৯৪৬) এজন অসমীয়া কবি, গৱেষক আৰু শিক্ষাবিদ৷ |
গ্ৰন্থসমূহ[সম্পাদনা কৰক]
- মূৰলী (১৯২১)
- তত্ত্ব আৰু তথ্য (১৯২৬)
- হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত (১৯২৬)
- সত্যনাথ বৰাৰ জীৱন চৰিত (১৯২৯)
- অসমীয়া সাহিত্য-সম্পদ (সম্পাদিত, ১৯২৯)
- ৰাস ক্ৰীড়া (১৯৩২)

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৩ চনত ১ জানুৱাৰী ১৯৬৩ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )