লেখক:সত্যনাথ বৰা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
সত্যনাথ বৰা
(১৮৬০–১৯২৫)
সত্যনাথ বৰা অসমৰ এজন প্ৰবন্ধকাৰ, বৈয়াকৰণিক, শিক্ষাবিদ আৰু আইনী বিশেষজ্ঞ। 'জোনাকী'ৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে কাম কৰাসকলৰ ভিতৰত তেখেত অন্যতম আছিল। ড° মহেশ্বৰ নেওগ আৰু ড° সত্যেন্দ্ৰনাথ শৰ্মাই তেখেতৰ লিখন-শৈলীক ফ্ৰান্সিছ বেকনৰ লগত তুলনা কৰিছিল।

গ্ৰন্থৰাজি[সম্পাদনা কৰক]

  1. গীতাৱলী (১৮৮২)
  2. কামৰূপীয়া গীত
  3. সাহিত্য-বিচাৰ (১৮৮৮)
  4. আকাশ ৰহস্য (১৯০৮)
  5. সাৰথি (১৯১৫)
  6. বহল ব্যাকৰণ (১৯২৫)
  7. কেন্দ্ৰ সভা (১৯২৯)
  8. চিন্তা-কলি (১৯৩৫)

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৩ চনত ১ জানুৱাৰী ১৯৬৩ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )