লেখক:শ্ৰীধৰ কন্দলি
অৱয়ব
| ←লেখকৰ তালিকা | শ্ৰীধৰ কন্দলি (১৬০০–১৭০০) |
| শ্ৰীধৰ কন্দলি (১৬০০-১৭০০) কীৰ্তন-ঘোষাৰ অন্তৰ্গত ঘুনুচা কীৰ্তনৰ লেখক। কাণখোৱা পুথি ৰচনা কৰিছিল। অসমীয়ালৈ অনুবাদ কৰা গ্ৰন্থ মহাভাৰতৰ অশ্বমেধ পৰ্ব। কানাই ধেমেলীয়া নামে এখন আদি ৰসাত্মক পুথিও ৰচনা কৰিছিল। |
উদ্ধাৰ কৰা সৃষ্টিৰাজী
[সম্পাদনা কৰক]এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )