সমললৈ যাওক

লেখক:বাণীকান্ত কাকতি

ৱিকিউৎসৰ পৰা
বাণীকান্ত কাকতি
(১৮৯৪–১৯৫২)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক গৱেষক, ভাষাবিদ, সম্পাদক, সমালোচক৷ অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক অধ্যয়ন বিষয়ত তেখেতে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে।

গ্ৰন্থসমূহ

[সম্পাদনা কৰক]
ইংৰাজী গ্ৰন্থ
  1. Assamese: Its formation and Development
  2. The Mother Goddess Kāmākhyā
  3. Life and Teachings of Sankardeva
  4. Vaishnavite Myths and Legends
  5. Aspects of Early Assamese Literature
অসমীয়া গ্ৰন্থ
  1. পুৰণি অসমীয়া সাহিত্য
  2. সাহিত্য আৰু প্ৰেম
  3. কলিতা জাতিৰ ইতিবৃত্ত
  4. পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা
  5. পখিলা

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )