লেখক:পদ্মহাস গোস্বামী

ৱিকিউৎসৰ পৰা
পদ্মহাস গোস্বামী
(১৮৪৫–১৮৮৩)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক পদ্মহাস গোস্বামী (১৮৪৫- <১৮৮৩) এজন অসমীয়া লেখক। ১৮৭২ চনত প্ৰকাশিত বাইছটা কবিতাৰ সংকলন ’পদ্যমালা’ খুব সম্ভৱ অসমৰ প্ৰথম কবিতা সংকলন৷ (১৮৮৩ চনৰ পূৰ্বেই মৃত্যু)

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )