লেখক:নবীনচন্দ্ৰ বৰদলৈ
অৱয়ব
(লেখক:নবীন চন্দ্ৰ বৰদলৈৰ পৰা পুনঃনিৰ্দেশিত)
| ←লেখকৰ তালিকা | নবীনচন্দ্ৰ বৰদলৈ (১৮৭৫–১৯৩৬) |
| নবীনচন্দ্ৰ বৰদলৈ হৈছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা, সমাজসেৱক আৰু এগৰাকী দক্ষ অধিবক্তা। অসমৰ প্ৰতি তেখেতৰ কৰ্ম আৰু অৱদানৰ চিনস্বৰূপে তেখেতক কৰ্মবীৰ উপাধিৰে সন্মানিত কৰা হয়। |
সাহিত্যকৰ্ম
[সম্পাদনা কৰক]- কৃষ্ণ লীলা কৈশোৰ খণ্ড
- গৃহ-লক্ষ্মী
- অসম আই
- হাতেম তাই
- তীৰ্থ-যাত্ৰী
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )