লেখক:দীননাথ বেজবৰুৱা
অৱয়ব
| ←লেখকৰ তালিকা | দীননাথ বেজবৰুৱা (১৮১৩–১৮৯৫) |
| পুৰন্দৰ সিংহৰ প্ৰধান চিকিৎসক আছিল। আয়ুৰ্বেদ শাস্ত্ৰত পাৰ্গত আছিল। এখেতৰে পুত্ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা৷ |
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]- বেজবৰুৱা বংশাৱলী (সহ-লেখক: শ্ৰীনাথ বেজবৰুৱা)
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )