লেখক:গোবিন্দৰাম চৌধুৰী
অৱয়ব
| ←লেখকৰ তালিকা | গোবিন্দৰাম চৌধুৰী (১৮২৬–১৮৯৬) |
| বৰপেটাৰ লোক। সামাজিক আৰু ৰাজনৈতিক কামত জড়িত। অসমীয়া আৰু বাংলা ভাষাত লিখা-মেলা কৰিছিল। "সূতিকা পটল" বাংলাৰ পৰা অনূদিত ধাত্ৰী পুথি। |
গ্ৰন্থৰাজি
[সম্পাদনা কৰক]
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )