লেখক:গোপীনাথ বৰদলৈ
অৱয়ব
| ←লেখকৰ তালিকা | গোপীনাথ বৰদলৈ (১৮৯০–১৯৫০) |
| গোপীনাথ বৰদলৈ (ইংৰাজী: Gopinath Bordoloi) আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী। অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক "লোকপ্ৰিয়" উপাধিৰে বিভূষিত কৰিছিল। |
ৰচনাৱলী
[সম্পাদনা কৰক]- শ্ৰীৰামচন্দ্ৰ,
- বুদ্ধদেৱ,
- যীশুখ্ৰীষ্ট,
- হজৰত মহম্মদ,
- গান্ধীজী,
- তৰুণৰাম ফুকন,
- অনাসক্তি যোগ
- মহাত্মাৰ সংক্ষিপ্ত জীৱনী
- হাঁহিৰ জাউৰী
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )