লেখক:গুণাভিৰাম বৰুৱা
অৱয়ব
| ←লেখকৰ তালিকা | গুণাভিৰাম বৰুৱা (১৮৩৭–১৮৯৮) |
| গুণাভিৰাম বৰুৱা এগৰাকী অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। তেখেতক ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথ-প্ৰদৰ্শক ৰূপে গণ্য কৰা হয়। অসমীয়া নাটকৰ আধুনিক ধাৰা প্ৰকৃততে তেখেতৰ "ৰাম-নবমী" (১৮৫৭)ৰ পৰাই আৰম্ভ হয়। |
সাহিত্য কৰ্ম
[সম্পাদনা কৰক]নাটক
[সম্পাদনা কৰক]- ৰাম-নবমী নাটক (১৮৫৭) সূচী
- বিবাহ ৰহস্য (১৮৮৬) (অসম্পূৰ্ণ)
জীৱনী
[সম্পাদনা কৰক]বুৰঞ্জীমূলক গ্ৰন্থ
[সম্পাদনা কৰক]- আসাম বুৰঞ্জী (১৮৮৪) সূচী
হাস্যৰসাত্মক গ্ৰন্থ
[সম্পাদনা কৰক]- কঠিন শব্দৰ ৰহস্য ব্যাখ্যা (১৯১২)
প্ৰবন্ধ
[সম্পাদনা কৰক]আলোচনী সম্পাদনা
[সম্পাদনা কৰক]- অসম বন্ধু (১৮৮৫-৮৬)
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )