সমললৈ যাওক

লেখক:ইন্দ্ৰেশ্বৰ বৰঠাকুৰ

ৱিকিউৎসৰ পৰা
ইন্দ্ৰেশ্বৰ বৰঠাকুৰ
(১৮৮৭–১৯৬১)
অসমৰ এগৰাকী অভিনেতা, কবি, নাট্যকাৰ, চিত্ৰশিল্পী, ভাস্কৰ, সঙ্গীতজ্ঞ আৰু শিক্ষাবিদ। অসমৰ নাট্যজগতলৈ অৱদানৰ বাবে তেখেতক "নাট্যাচাৰ্য্য" বুলি অভিহিত কৰা হয়।

গ্ৰন্থৰাজী

[সম্পাদনা কৰক]
  1. "ৰণ্ জেউতি" (১৮৭৭)
  2. "শ্ৰীবৎস-চিন্তা" (১৯২৭)
  3. "ক্ৰিচেনথিমাম"
  4. "গীতালী" (১৯৫৪)
  5. "সপ্তপৰ্ণ" (১৯৫৫)
  6. "কেতেকী" (১৯৪৬)
  7. "মালিচী" (১৯৪৭)
  8. "চিন্তামণি" (১৯৫০)
  9. "চন্দ্ৰমল্লিকা" (১৯৫০)
  10. "অসমীয়া ভাষা প্ৰশিক্ষণ" (১৯৫৫)


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )