সমললৈ যাওক

লেখক:আনন্দৰাম ঢেকিয়াল ফুকন

ৱিকিউৎসৰ পৰা
আনন্দৰাম ঢেকিয়াল ফুকন
(১৮২৯–১৮৫৯)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক আনন্দৰাম ঢেকিয়াল ফুকন আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক। মাত্ৰ ২৯ বছৰীয়া জীৱন কালত তেখেতে অসমীয়া ল'ৰাৰ মিত্ৰকে ধৰি তিনিখন গ্ৰন্থ ৰচনা কৰিছিল।

সাহিত্যকৰ্ম

[সম্পাদনা কৰক]
  1. অসমিয়া লৰাৰ মিত্ৰ

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )