মন ৰাম নাম তই

ৱিকিউৎসৰ পৰা


মন ৰাম নাম তই
সোঁৱৰণ কৰিল
কোনে জানে কালিকি
জগতময় সোণৰ জ্বলে চাকিটি৷

কৌটি কৌটি জ্যোতি বিস্তৰি
পোহৰলে লৈ যায় হায়
শিৰত ল তুলি শিৰৰে মণি
কোনে জানে কালিকি
জগতময় সোণৰ জ্বলে চাকিটি৷৷