মন ৰাম নাম তই

ৱিকিউৎসৰ পৰা
মন ৰাম নাম তই
লেখক জ্যোতিপ্ৰসাদ আগৰৱালা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
জ্যোতি সংগীত


মন ৰাম নাম তই
সোঁৱৰণ কৰিল
কোনে জানে কালিকি
জগতময় সোণৰ জ্বলে চাকিটি৷

কৌটি কৌটি জ্যোতি বিস্তৰি
পোহৰলে লৈ যায় হায়
শিৰত ল তুলি শিৰৰে মণি
কোনে জানে কালিকি
জগতময় সোণৰ জ্বলে চাকিটি৷৷