সমললৈ যাওক

বিহু গীত

ৱিকিউৎসৰ পৰা

প্ৰতিজন অসমীয়াৰ বাপতিসাহোন বিহু উৎসৱৰ সময়ত গোৱা পৰম্পৰাগতভাৱে চলি অহা গীতসমূহকে বিহুগীত বুলি কোৱা হয় । বৰ্তমান সময়ত বিহুগীত আৰু বিহুনাম দুয়োটাকে সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰা হয়৷ অসমীয়া জনজীৱনৰ লগত জড়িত সকলো বিষয়েই বিহুগীতত স্থান লাভ কৰিছে৷ মুখ্যতঃ পৰম্পৰাগত বিহু অনুষ্ঠানকেইটাৰ আধাৰতে বিহুনামবোৰ ৰচিত আৰু পৰিৱেশিত হৈ আহিছে৷ এনে পৰম্পৰাগত বিহু অনুষ্ঠান হৈছে: ৰাতিবিহু, দিনৰ ভাগত বৰ গছৰ তল, পথাৰ আৰু জুপজুপীয়া হাবিয়নিত মৰা গছতলৰ বিহু ওৰফে গাভৰু বিহু ওৰফে চেনেহী বিহু ওৰফে মাইকী বিহু ওৰফে জেং বিহু আৰু গৃহস্থৰ চোতালত মৰা হুঁচৰি৷

  1. লাদৈ ভাদৈ চম্পা দৈ কেৰু মনি সোলোকাই থৈ আহ গৈ
  2. যোজনা
  3. যোৰানাম
  4. পৰবৰ্তী বিহুৰ শিৰোনাম
  5. পৰবৰ্তী বিহুৰ শিৰোনাম
  6. পৰবৰ্তী বিহুৰ শিৰোনাম
  7. পৰবৰ্তী বিহুৰ শিৰোনাম
  8. পৰবৰ্তী বিহুৰ শিৰোনাম