১,১৭০
টা সম্পাদনা
(→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পাগৰ মৰ লৈটা হয়। এতোক মি ফাৰ যাৰ নিজে মৰ, to fill a victin to one..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধন | |
শিৰোনামা (noinclude): | শিৰোনামা (noinclude): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
+ | {{rh|পহু|১৬৮|পাগৰ}} |
||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
+ | মৰি লেটা হয়। এতেকে,— নিম্ন কাৰ্য্যৰ দ্বাৰা নিজে মৰা, to fall |
||
− | পাগৰ |
||
⚫ | |||
− | মৰ লৈটা হয়। এতোক মি ফাৰ যাৰ নিজে মৰ, to fill |
||
+ | |||
⚫ | |||
− | + | '''পহু খেদা দিয়া'''—ক্ৰি, পহুৱে অতি বেগেৰে লৰিব পাৰে। আৰু পোনকৈ খেদি |
|
− | + | ধৰা টান। বহু মানুহে চাৰিও ফালে আগ ভেটি থাকে। আৰু |
|
− | তেতিয়া |
+ | তেতিয়া কুকুৰ লগাই দিয়া হয়। পহুৱে যেনি যাব খোজে, তেনিয়ে |
− | + | বাধা পায়। এইৰূপে লৰা-ধপৰা কৰি শেষত সি ভাগৰি পৰে। |
|
− | তেতিয়া মানুহে ওচৰ চাপি |
+ | তেতিয়া মানুহে ওচৰ চাপি তাক সহজে ধৰিব পৰে। এতেকে,— |
− | কোনো |
+ | কোনো নিৰ্দ্দিষ্ট সীমাৰ ভিতৰত খেদাখেদি কৰি ভাগৰুৱাই ধৰা |
− | পেলোৱা, to |
+ | পেলোৱা, to compel an enemy to submit from sheer |
− | + | exhaustion by being chased within a circumscribed |
|
limit. |
limit. |
||
+ | |||
− | + | '''পাক লগা'''—ক্ৰি, জৰীৰ যেনেকৈ পাক লাগে, মানুহৰো সেই ৰূপে পাক অৰ্থাৎ |
|
− | জেলা লাগে। এতেকে,-ভেজা গ. ঠে, গ, to be mitan |
||
+ | জেঙ্গা লাগে। এতেকে,—জেঙ্গগা লগা, লেঠা লগা, to be entan- |
||
− | gled, to be |
+ | gled, to be embarrassed, to be put to inconvinience. |
− | পায়ে ফ্ৰি ইমান বোৰ পাৰ কুৰি কৰা কৰে যে |
||
+ | |||
− | মনে ঠাইতে |
||
+ | '''পাকতে ঘুৰা'''—ক্ৰি, ইমান বেগেৰে লৰি-ফুৰি কাৰ্য্য কৰে যে মানুহজনে ঠাইতে |
||
− | গাটো পাক মাৰি ফুৰে। এ.=েবেগ-বেগিক ধৰ, to |
||
+ | গাটো পাক মাৰি ঘুৰে। এতেকে,—বেগা-বেগিকৈ কাৰ্য্য কৰা, to |
||
− | work in hot |
+ | work in hot haste. |
⚫ | |||
+ | |||
− | ৰৈ যায়। এতেকে,-গেনা কাব্য সিই পনৗ। আশা |
||
⚫ | |||
⚫ | |||
+ | হৈ যায়। এতেকে,—কোনো কাৰ্য্য সিজাই পানৗ কৰা অৰ্থাৎ |
||
⚫ | |||
perfect control. |
perfect control. |
||
+ | |||
− | পাখি শগুণ—বিং, (পাখি= ছেউশ।) শও। কিক বিলৈ বল |
||
+ | '''পাখি-ভগা শগুণ'''—বিং, (পাখি= ডেউকা।) শগুণবিলাক দেখিবলৈ জধলা৷ |
||
− | + | যেতিয়া কোনো শগুনৰ ডেউকা ভাগে, তেতিয়া সি আৰু জধলা হয়। |
|
− | + | এতেকে,--অতিপাত জধলা মানুহ, very dirty person. |
|
− | পাখি ৰিত এক-ক্তি ফুৰা আদি চৰাত ডেইল বি এম |
||
+ | |||
− | পোৱা মই ৰাখি থাকে। ডেকে-পৰৰ অঙ৯৯ |
||
+ | '''পাখিৰ আঁৰত থকা'''—-ক্ৰি, কুকুৰা আদি চৰায়ে ডেউকাৰ পাখিৰ আঁৰত |
||
− | live mder the fostening cer, . |
||
+ | পোৱালিক সুমাই ৰাখি থাকে। এতেকে,--পৰৰ আশ্ৰয়ত থকা, to |
||
− | গৰি ( |
||
+ | live under the fostering care. |
||
− | শাবি ছাত্ৰ ছিলো মাতা, |
||
+ | '''পাগৰ বাহিৰ হোৱা'''—ক্ৰি, [পাকৰ বাহিৰ হোৱা ] তিৰোতা মানুহে ভাত ৰান্ধে, |
||
− | কি নেতি, কেভি গাৰেন। এতে |
||
+ | কিন্তু যেতিয়া ঋতু হয়, তেতিয়া ভাত ৰান্ধিব নোৱাৰে৷ এতেকে,— |
||
− | গী ,b be adotes wers |
||
+ | ঋতুমতী হোৱা, to be affected with menstruation. |
টা সম্পাদনা