৯,৮৭১
টা সম্পাদনা
(→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৭৮ প্ৰাকৃত-ভূগোল। বৰফৰ জুৰি এটাৰ ওপৰত পৰে আৰু বৰফ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধন | |
শিৰোনামা (noinclude): | শিৰোনামা (noinclude): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
+ | {{rh|৭৮|প্ৰাকৃত-ভূগোল।|}} |
||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
⚫ | |||
− | ৭৮ |
||
⚫ | |||
− | প্ৰাকৃত-ভূগোল। |
||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
শিল ক্ৰমে কোমল হৈ অন্তত নিজৰ ভাৰত খহি পৰে। হিমালয় |
শিল ক্ৰমে কোমল হৈ অন্তত নিজৰ ভাৰত খহি পৰে। হিমালয় |
||
− | + | পৰ্ব্বতৰ টিংবিলাক, এইৰূপেই সঘনে খহি থাকে আ{{বঙালী ৰু}} তাত ফুৰা |
|
পথিক সেই কাৰণে সদাই মহাত্ৰাস যুক্ত। |
পথিক সেই কাৰণে সদাই মহাত্ৰাস যুক্ত। |
||
+ | |||
− | চিৰ-নিহাৰ-বাহু নিজে কঠিন বস্তু; তাত বাজে তাৰ মাজত |
+ | {{gap}}চিৰ-নিহাৰ-বাহু নিজে কঠিন বস্তু; তাত বাজে তাৰ মাজত |
অনেক টান শিল শোমাই থাকে। এই নিমিত্তে যি গুহাৰ বা যি |
অনেক টান শিল শোমাই থাকে। এই নিমিত্তে যি গুহাৰ বা যি |
||
উপত্যকাৰ ওপৰেদি চিৰ-নিহাৰ-বাহু নামি আহে, তাৰ মাটি বা |
উপত্যকাৰ ওপৰেদি চিৰ-নিহাৰ-বাহু নামি আহে, তাৰ মাটি বা |
||
শিলে ঘঁহনি পাই গুৰি হৈ যায়। কোনো ডোখৰ বৰ টান শিল |
শিলে ঘঁহনি পাই গুৰি হৈ যায়। কোনো ডোখৰ বৰ টান শিল |
||
− | থাকিলে তাৰ ওপৰত আঁক |
+ | থাকিলে তাৰ ওপৰত আঁক আ{{বঙালী ৰু}} ফাট বহে। এনেকুৱা কোনো |
− | ডোখৰ শিল আচৰিত ৰূপে |
+ | ডোখৰ শিল আচৰিত ৰূপে মিহি আ{{বঙালী ৰু}} ৰেখা বিশিষ্ট; এই বিলাক |
শিলক ‘ঘৃষ্ট-প্ৰস্তৰ’ নাম দিয়া হৈছে। কোনো এটা নিহাৰ-বাহুৰ |
শিলক ‘ঘৃষ্ট-প্ৰস্তৰ’ নাম দিয়া হৈছে। কোনো এটা নিহাৰ-বাহুৰ |
||
− | পোন ধৰি চালে তাৰ অন্তৰৰ বহুত নামতে ঘৃষ্ট- |
+ | পোন ধৰি চালে তাৰ অন্তৰৰ বহুত নামতে ঘৃষ্ট-প্ৰস্তৰ আৰু |
− | পথালি কঙ্কৰ দেখিবলৈ পোৱা যায়। তাতে অনুমান হয় যে |
+ | পথালি কঙ্কৰ দেখিবলৈ পোৱা যায়। তাতে অনুমান হয় যে আজিকালিৰ চিৰ-নিহাৰ-বাহু বিলাকতকৈ আগৰ দিনৰ চিৰ-নিহাৰ-বাহু |
− | কালিৰ চিৰ-নিহাৰ-বাহু বিলাকতকৈ আগৰ দিনৰ চিৰ-নিহাৰ-বাহু |
||
বিলাক বহুত নামলৈকে গৈছিল অৰ্থাৎ দীঘল আছিল। হিমালয় |
বিলাক বহুত নামলৈকে গৈছিল অৰ্থাৎ দীঘল আছিল। হিমালয় |
||
− | + | পৰ্ব্বতৰ বৰ্ত্তমান কালৰ নিহাৰ-বাহু বিলাকৰ ভিতৰত কোনো |
|
টোয়েহে মাত্ৰ সাগৰৰ, জল সীমাৰ পৰা ১১,০০০ ফুটৰ ওখ ঠাই |
টোয়েহে মাত্ৰ সাগৰৰ, জল সীমাৰ পৰা ১১,০০০ ফুটৰ ওখ ঠাই |
||
চুই ছেহি। কিন্তু আগৰ দিনৰ নিহাৰ-বাহুৰ চিন স্বৰূপ পথালি- |
চুই ছেহি। কিন্তু আগৰ দিনৰ নিহাৰ-বাহুৰ চিন স্বৰূপ পথালি- |
||
কঙ্কৰৰ দম চিকিমত সাগৰৰ জল সীমাৰ পৰা ৬০০০ ফুট ওপৰতে |
কঙ্কৰৰ দম চিকিমত সাগৰৰ জল সীমাৰ পৰা ৬০০০ ফুট ওপৰতে |
||
− | দেখা হৈছে। নগা |
+ | দেখা হৈছে। নগা পৰ্ব্বততো (যত আজি কালি কোনো ঠাইতে |
− | নিহাৰ-বাহু নাই |
+ | নিহাৰ-বাহু নাই তাতো) ৪০০০ ফুট ওখত কঙ্কৰ পোৱা যায়। |
− | হিমালয় আৰু |
+ | হিমালয় আৰু আলপ্চ পৰ্ব্বতৰ নামত থকা অনেক উপত্যকাত |