পৃষ্ঠা:চিন্তা-কলি.djvu/১০৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

দিয়াবলৈ এছাৰিৰ নিচিনা দৰব নাই। সেইদৰে জঁইপৰা উৎসাহক জীৱ দিবলৈ অৰিয়া-অৰিৰ নিচিনা দৰব নাই। তাতকৈ উধাব লাগে, এই ভাবে পুৰুষাৰ্থৰ তেজ বঢ়ায়। ঠেক মনত অৰিয়া-অৰিয়ে অগুণ কৰে। সি নিজে উধাব নােৱাৰি আনৰ বাটত পাঁজি পাতে। ই বিপৰ্য্যয় বুদ্ধি। ই ঠেক মনতহে ঠাই পায়।
দিয়াবলৈ এছাৰিৰ নিচিনা দৰব নাই। সেইদৰে জঁইপৰা
<br/><br/>
উৎসাহক জীৱ দিবলৈ অৰিয়া-অৰিৰ নিচিনা দৰব নাই।
তাতকৈ উধাব লাগে, এই ভাবে পুৰুষাৰ্থৰ তেজ বঢ়ায়।
ঠেক মনত অৰিয়া-অৰিয়ে অগুণ কৰে। সি নিজে উধাব
নােৱাৰি আনৰ বাটত পাঁজি পাতে। ই বিপৰ্য্যয় বুদ্ধি।
ই ঠেক মনতহে ঠাই পায়।

১২:৪৪, ১০ জুলাই ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
চিন্তা-কলি।