পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Bruce ( 77 1 Brake an as 17. are বাখৰ কৰ। =n. a trifling noisy quarrel সামান্য হই । Brace (66) n. that which draws any- thing tightly att, at 1 ; a pairs utata GUTA a brace of birds ; (pl.) straps for holding trousers tight পেন্টলুন বা ঠেঙ্গা গাত ওপৰলৈ টানি ৰখা বান্ধনী ; পাক ভোহৰ ঘুৰাই বিন্ধা কৰা যন্ত্র ; a mark connecting two lines or words ({ ) **1 f591 ---adj. invigorat- ing a bracing climate বলদায়ক, শক্তি- দায়ক। —-, 1. to fasten tightly datalatta বান্ধ, আঁট খুৱা। Bracelet ('(2626) n. an Ornament worn on the wrist বালা, খাৰু। Brachial (af) adj. relating to the arm বাহু-সম্বন্ধীয়। -artery প্রধান নাড়ী। Brachycephalic (cafafortfa) ndj. having a skull of which breadth is at least four- fifths of length যি লাওখােলাৰ গঠন চেপেটা আকৃতি, যাৰ প্ৰস্থ দৈর্ঘ্যৰ পাচ ভাগৰ চাৰি ভাগ। Brachylogy (cam) concise form of speech ; omission of word in a sentence which is essential to grammatical cons- truction টেলিগ্রাম আদিত ব্যৱহাৰ কৰা ভাষাৰ বিন্যাস, য'ত বৈয়াকরণিক শব্দ কিছুমান বাদ দিব পাৰি। Bracket (ব্রেকেট) a support for some- thing attached to a wall কিবাকিবি খবৰ নিমিত্তে বেৰত লগােৱা যতন বা যন্ত্র ; the mark () {} [ ] in writting বন্ধনী চিন। -0. t. focacs (@; -ed=equal guis, সমান। Bract (9) n. small leaf at the base of a flower ফুলৰ পাহিৰ তলতে থকা সৰু পাত। Bradshaw (ব্রেড) পত্রিকা ; গাইড ; (১৮৩৯ চনত ব্রেড নামে উলিৱা ৰেলৰ গাইড অনুসৰি)। Brakisch (cafft) adj. salty spalati Brag (9) .t. to boast ওফাইদাং কথা ক, ফিটাহিক, গণ মাৰ, ভৰক আৰ, বৰ বৰ কথা । . পশুপ, ফিভাবি, ভাংকোপ। Braggadocio ( গােড’শ্বিয়’) . boaster ফুটংগিৰি। Braggart (ত্ৰেণ-গার্ট) n. empty boaster গণ্ডপী মানুহ, ফোপযহী, ফুটংগিৰী । Brahmin (ব্রাহ, মিন্) n. বামুণ। adj. বামুণীয়া। Braid (25) v. t. to plait cateat $10 41 পকা, গােঠ। —n. ছেলাজী। -ed adj. embroidered ফুলব। ed hair =যেণী। --ing n. ciisfa Brail (cala) n. small ropes at corner of a sail used for bauling in a sail, before furling পালৰ এচুকত থকা সৰু জৰী, পাল তুলিবৰ সময়ত এই জৰীত টান দি পাল খােলা হয়। —v. t. to haul in shorten, sail by use of brails ৰীত ধৰি পাল তৰি দে। Braile (ব্রেইলি ) system of reading and writing for thc blind, in which the letters formed by raised points pricked on paper অন্ধৰ বাবে পঠন-পাঠন প্রণালী—কাগজৰ ওপৰত সৰু সৰু টেপােৰ সজাই থােৱা হয় আৰু হাতেৰে চুই পঢ়িব পাৰি। Brain (ব্রেন্) n. the of the intellect and of sensation মগজ, মূৰৰ ঘিউ ; বুদ্ধিবৃত্তি। --less নির্বোধ। –y=clever ঢােকা বুধিৰ। -fag মস্তিষ্কৰ অৱসাদ। –fever মগজুৰ দোষত হােৱা ৰ। -pan মুৰৰ থােকা। -sickness মগজৰ বেমাৰ। To blow out one's brains= মূৰত ওলী মাৰি ভাঙ্গ। Braird (cault) n. newly sprouted blade of corn or grass নতুনকৈ গজা ঘাঁহ বা গােম- ধানৰ পাত। . t. to sprout গজ। Brake (ব্রেক ) a place overgrown with ferns trautat; a harrow 24; a contri- vance for stopping the speed of a carri- age গাড়ীৰ বেগ কমােৱা যন্ত্র ; বামনি ; an instru- ment for dressing flax শণ বা মৰাপাটৰ আঁহ উলিওৱা যন্ত্র ; a handle or lever for working machine (1671 কলৰ কাৰ্য্য চলাবৰ নিমিত্তে বা ঘূৰাবৰ নিমিত্তে মূৰত লগােৱ হাতনি-মাৰি। —sman ৰেলগাড়ীৰ বেগ কমােৱা কামত থকা মানুহ। —van ৰেলগাড়ীৰ বেগ কমােৱা যত্ৰ থকা কোঠা। -wheel বেগ মােৱা কী। 1. seat 91. a