পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Bour ( 76 ) Brabble 71. 1. v. 1 to ব্যৱসায়ী। ( mod meaning ) a person with vested interest স্বার্থযুক্ত ব্যক্তি। —-ie মধ্যবিত্ত সম্প্রদায় ; শস্ত স্বার্থযুক্ত মহল। Bourn or Bourne (á) n. a boundary stat, অঞ্চল। Burbon (বান) প্ৰতিৰােধী। Bourse ( বৰত ) foreign money market বিদেশীয় ধন-বজাৰ। Bouse i. to drink copiously সৰহকৈ মদ পি। -sy adj. বৰ মদপী। also Booze, zy. Bout ( বাটু) a, a turn *; a trial an attempt পৰীক্ষা, চেষ্টা। A drinking bout = মদ্যপানৰ উৎসৱ । Bovine (257) adj. relating to cattle গােজাতীয়, গৰু-মহৰ শ্ৰেণীৰ ; incrt, sluggish নিজীব, ভেবা। Bovril (বলি) n. গৰু মঙ্গহৰ তপত চুৰুহা। Bow (ate) v. i. (to, down, in ) 10 bend the head or body in saluting (#101, প্রণাম কৰ, সেৱা কৰ ; to submit সেওভাত হ, বশ হ । 4. salutation সেৱ, প্রণাম। -backed গোদা খােৱা, ঘূকুচা। A bowing acquaintance - খন্তেকীয়া চিনাকি। To make one's bow ৰঙ্গমঞ্চৰপৰা আঁতৰ হ, বিদায় । Bow (বো) , a piece of wood or bamboo bent by means of a string ধেনু; fiddie stick বেহেলাৰ চৰি; a necktie with a knot চাহাবী পােচাকৰ লগত ডিঙিত বন্ধা ফিতা, ডিঙি-বান্ধ। —bent ধেনুভিৰীয়া, ঘূকুচা। --boy কামদেৱ। -compasses বৃত্ত অকা কাটাকোম্পাচ । hand বাওহত। -legged -man cautati --string (493 (***,6477 39 : On the bow-band=fa6ta * নৰখাকৈ, নিচানৰ বাহিৰে। To draw the long bow =অসম্ভৱ কথা ক, গণ মাৰ। To have two strings to one's bow=610am to হাতত দুটা উপায় থােকা। To draw a bow at a venture=নানা-নুনকৈ কিবা এটা কৈ খ। Bow (671) n. the forepart of a ship wtate Bower ( বাৱাৰ) n. a shady enclosure in a garden ফুলনিত তাৰে আবৃত কৰি ঘৰৰ নিচিনা কৰা ঠাই, কুন। Bowl (caste) n. a wooden basin for house- hold use sfint; a round drinking cup পানীখােৱা বাটি । Bowl (বৌ) n. a wooden ball কাঠৰ বল (ঢােপ)। to throw a ball বেটবল খেলােতে বল (ঢােপ) দে। . . to play at bowls বল- (91--ing n. the act of throwing a ball, as in cricket বল দিয়া কাৰ্য। -er . যি বল খেলাত বল দিয়ে। Box ( 495 ) n. a case or receptacle (+1, চলুক, টেম, বাকচ ; the contents of a box পেৰা বা বাকচত ৰখা বস্তু ; an enclosure with seats in a theatre থিয়েটৰঘৰ ভিতৰৰ দৰ্শক বহ ca1313 ; the seat of a driver on a carriage ঘোৰা-গাড়ীত গাৰােৱান বহা ঠাই । inclose in a box বাকচত সুমা বা ভৰা। A sentry box=চন্তৰি থকা সৰু কোঠা বা ঘৰ। To be in the wrong box =বিঠিকত পৰ, চৌঠেঙ্গীয়াত 771 To be in a box=to be in difficulty ঠেকত পৰ, মুস্কিলত পৰ। Box (বকৃ} n. a blow on the head ভুকু, ধক, মুকুট। -0. ৫. মুকুটিয়া, ভুকুৱা, ভুৱা ভুকি কৰ। -ing ভকুৱা-ভুকি। Box (195) n. a kind of hard tree এবিধ বিলাতী গছ আৰু তাৰ কাঠ। Boy (20) n. a male child ani; a boy- scrvant লৰা চাকৰ ; a familiar term of addressing equals সমনীয়াৰ মৰমৰ মাত। -hood লৰা-কাল, সৰু কাল। —ish লৰাৰ fafsay i-ishness atai -Scout 0171 চোৰাংচোৱা সৰা। Boycott (1996) v. t. exclude a man thing from social or commercial inter- course সমাজৰপৰা বাৰ কৰ, কোনাে বস্তু বহাৰ নকৰিবলৈ মাৰ বান্ধ। Boy-scout (বয়স্কাউট ) n. লবিলাকৰ চৰিত্ৰ, মন, গ, দৃঢ় কৰিবৰ উদ্দেৰে কৰা সমাজৰ সভ্য। Brabble (বেল) clamour fi or Bowels (77'7:) n. (pl.) the entrails iet- Y; interior part WUJOT GTI