পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Beatify [ 55 ] Bed > নিয়ম। লাপে । 5pa, p. adj. fatigued ক্লান্ত। Dead beat=মৃতকল্প। -en adj. worn by use ক্ষয় হােৱা; made even by use সমান হােৱা ; made hard by beating খুন্দি-পিটি টান । A ber- ten work=পিটি পড় এগােরা ধাতু। A beaten path to track=চলাচল হৈ থকা বাট, চলিত To beat the drum=(619 7011 To bea an alarm =কোনাে বাজনা বজাই বিপদ সংবাদ দিয়া । To beat about =বিচাৰ কৰ। To beat about the bush=কণামুনকৈ আন্দাজত পিয়াই ফুৰ, পােনপতিয়ে নগৈ আপাকে চেষ্টা Beat away=6474 To beat a re- treat=to retreat পলাই যা। To beat off to drive back খেদাই দে, হৰা। To beat the brains=to puzzle one's brains about something মগজ খটা, কোনাে বিষয়ে ভাবোতে মূৰ ঘুৰি যা। To beat the air=to fight for nothing মিছাকৈয়ে যুদ্ধ বাগৰ কৰ। To beat up =to attack suddenly ore 1944 *71 To beat up for recruits=যুদ্ধৰ উদ্দেশ্যে সেনা বিচাৰি ফুৰ। To beat the tattoo ==গধুলি হাজিৰা লৰৰ নিমিত্তে চিপাহীবিলাক উপস্থিত থাকিবলৈ ঢোল পিটা। To beat time=তাল দে। To beat one black and blue=গত ক'লা পৰি যােৱাকৈ মৰৰ কোব দে, আধামৰা কৰা। To beat down =চেৰ পেলােৱা । To beat hollow = সম্পূর্ণরূপে হক। To beat into =কথা এষাৰ বাৰেবাৰে গাই থাকি মনত ৰাখ। To beat up the quarters of == জগাই দে। By beat of drum = ঢোল পিটি। Beatify (*#*) v. t. to make happy, to declare to be blessed in heaven al wa কৰ, বৈকুণ্ঠ লাভ কৰিছে বুলি প্ৰকাশ কৰ। –fic, —fical adj. 97 -fication বর্গসুখ লভােৱা কাৰ্য। –fic vision=স্বর্গীয় সুখৰ আভাস। Beatitude (বীয়েটিটিউড,) n. heavenly bliss স্বর্গীয়

(pl.) blessings pronounced by

Chirst in the Serman of the Mount 107 আঘাস বচন। Final beatitude=মুক্তি, স্বর্গলাভ। Beau (বাে) n. dandy, a fop ফুল-বাবু, ধুন-পেচ মাৰি ফুৰা ডেকা। (pl.) Beaux (বােজ), mি. Relle ৰচকী তিৰী। Beau-ideal অতি উত্তম 810*Beau-monde=the fashionable word ধনত মগ্ন হােৱা জগত। Beauty (বিউটি) 11. pleasing qualities in a person or thing অৱণি loveliness সৌন্দৰ্য্য a beautiful woman সুন্দরী স্ত্রী,

  • 971 --teous,--ful adj. fair, lovely fou,

শুৱনি, ৰূপহ, দেখনিয়াৰ, সুন্দৰ। —fully adv. সুন্দৰকৈ, ভালকৈ । —tify v. t. to adorn শুৱনি কৰ, গঢ় লগা, সুশােভিত কৰ, ধুনীয়া কৰ। —teousness n. সৌন্দর্য। Beauty sleep=আগ- নিশাৰ টোপনি। Beauty spot=তিৰোতাৰ মুখ- মণ্ডলত থকা মাহ বা তিল। Beauty and the beast ফৰাচি সাধুকথাৰ নায়িকা আৰু নায়ক, কুৰূপ পুৰুষে ৰূপহী তিৰােতাক বিয়া কৰালে কয়। Beaver ( asta:) n. an amphibious quadruped or its fur এবিধ উভচৰ জন্তু বা তাৰ নােম। (এই জন্তুৰ নােমেৰে তুলী, হাতমােজা, মেমচাহাব সকলৰ গলাবন্ধ তৈয়াৰ হয়)। Becalm (+977) v. t. to make calm 6727 71 নিশবদ কৰা, শান্ত কৰ, মনে মনে থকা। ed adj. নিস্পন্দ নির্বাক, থিৰভুৰ। Because (fast) adv. and conj. for the reason, on account of *134, foaca! Because of= এই বাবে এই হেতুকে। Beck (ca'?) n. a sign with the head or hand সঙ্কেত, ইচা, ইঙ্গিত, ঠাৰ। —v. i. ইঙ্গিত কৰ ইচাৰ দে। —v. t. to call by a nod মূৰ দুপিয়াই At one's beck and call=at one's command কাৰে হুকুমত চলা, কাৰো অনুবন্তী হােৱা। Beckon (বে'কন্) v. t. to make sign to stay কৰ, ইঙ্গিত কৰ, হাত বাউল দি মাত। Becloud (aptos.) v. t. to obscure by cloud ডাৱৰা, ডাৱৰেৰে ঢাক, ওশোলা। Become v. i. (of) to pass, to come to be i -0. t. to suit cat 7, 0711 --ming adj. proper উচিত, যােগ্য; graceful শােভনীয়। P. pl. Became. Bed (CD). . a place to lie on *1951, cytat- পাটী, বিছন; a plot in a garden where the seeds or plants grow বাগিছাত ফুল বা আন কোনাে শহ পচোৱা ঠাই বা থলী ; the bottom of 7.