পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 54 ) Bent

Beam (979) v. t. or v. i. to emit light পােহৰ কৰ বাদে ; to shine, Beam (বী) , a straight piece of timber or iron used as a support against the pressure of buildings, খুটাৰ কানত পথালিকৈ দিয়া কাঠ, বাঁহ বা লো; the bar of a balance toata Tatatla; the pole of a carriage 11672 11; chief timber of a plough A16071768; the cylinder in a loom টোলে ঠা; a ray of light পােহৰ, জিলিঙ্গনি। --v. t. to send forth light (97 -- adj. shining ni Bean (বীন্) . the name of several kinds of pulses উৰহি, লেছে মাহ, চিম্‌ । Bear (বেমাৰ) . . to carry বহন কৰ, দাঙ্গি লৈ য; to endure সহ কৰ, সহ; to sustain ধাৰণ কৰ, ল; to bring forth প্রসৱ কৰ, ওপজা, জন্ম; to behave আচৰণ কৰ। --.i. to have reference to F* ***, 16; (on or upon ) to press কষ্ট দে, হেচা দে ; to be situated ভুক্ত থাক। To bear the blame=দায় জগৰ, গাত লােৱা। To bear the expenses = WIL দিয়া। To bear witness = fort 21 cetat i To bear a date=utfiy 11 To bear hand=সহায় কৰা। To bear away= otete cafe afts catat! To bear down (uport or towards) =বতাহৰ পােন mtete 6077 To bear out=to corroborate পােষকতা কৰ, সমর্থন কৰ। To bear up = not despair হতাশ নহ। To bear in mind = মনত ৰাখ। To bring to bear ( upon or against) =কামত লগােৱা, খটা। To bear through =পৰিচালনা কৰ। To bear up=CY নকৰাকৈ থাক, মনস্থিৰ কৰি থাক। To bear fruit =ফল ধৰ, গুটি পাগ। To bear small with=সহি থাক। -able adj. সহিব পৰা। Bear (69-7) n. a quadruped with long shaggy hair and hooked any rude, ill-bred fellow অসভ্য, দুলহু C#; speculator for fall in price of stocks etc. কোনাে ব্যৱসায়ৰ অংশৰ দাম কমােৱা ফালেঙ্গি। (see bull ) Bear-baiting=#14** কুকুৰ লগাই দিয়া খেল। Great and the little bear= দুটা নক্ষত্রপুঞ্জ, সপ্তর্ষিমণ্ডল আৰু লঘু সপ্তর্ষি। —ish adj. Bear-leader (বে-আৰ-লীডাৰ) n. one who acts as tutor or travelling companion to a rich young men ধনী মানুহৰ ঘৰৰ ডেকা-ল'ৰাৰ ভ্রমণ কালৰ সঙ্গী অথবা ঘৰুৱা শিক্ষক। Beard (2015) n. the hair that grows on the chin of a grown man atfy; prickles on the ears of corns শস্যৰ শুং। -ed দড়ীয়া, শুংথকা । To one's beard =মুখৰ আগতেই। To beard the lion in his den=catat 2017 শত্ৰুক তাৰ ঘৰতেই আটকি ৰ। To attack one by the beard =এৰাব নােৱাৰকৈ আক্রমণ কর। Bearer ('64-61317 ) n. a carrier, a messenger ভা, বেহেৰা। Bearing ('(2-0) n. behaviour ব্যৱহাৰ ; deportment অঙ্গীভঙ্গী; relation সম্বন্ধ ; rela- tive situation of an object এটা বস্তুৰ লগত আন এটা বস্তুৰ স্থিতি নির্ণয় ; a family device কোনাে কৌলিক চিন ; (pt.) those parts of the machine which bear the friction 153 যি ভাগ বেচিকৈ ঘঁহনি খায় । To lose one's bearings=দিশাহাৰ হ, খান-থিত নােহােৱা হ, কেনি ক’ত আছে তাৰ উহা-দিহা নথকা। To bring one to his bearings =কাকো ভালদৰে জিৰণি দে, সুস্থিৰ কৰ। Beast (বীষ্ট) n. an irrational animal পশু, চাৰি- ঠেঙ্গীয়া জন্তু। —ly adj. beast-like পশুৰ নিচিনা, জঘন্য ; obscene নিলাজ। -liness n.49 স্বভাৱ। of burden=ভাৰ বােৱা জয়। -of prey = চিকাৰী জানােৱাৰ। Beat () v. 1. 10 strike with repeated blows প্ৰহাৰ কৰ, মা, বাৰে বাৰে আঘাত কৰ, কোবা ; to bruise বৃন্দ ; to thrash মাৰ, (যেনে, ধান মা ); to overcome চেৰ পেলা, হয়া ; to throb ধুকধুকা, ধিপধিপা; to thin something by. beating পিট । a stroke recurring at intervals ঘনে ঘনে একেৰাহে টক টক বা প ধপ কৰা শব্দ (যেনে, গড়ী বা নাড়ীৰ কাৰ্য্য); a round or course লাট, বিট, (যেনে, মতল বা কনেষ্টবলৰ) যিমানখিনি ঠাই তদাৰক কৰি ফুৰিব claws ভালু;