পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Agrarian [ 15 ] Aisle Agrarian atafula) adj. relating to land মাটি-সম্বন্ধীয়, খেতি-বিষয়ক। Agree (19317) v.t. (with, on, in, for, to) to be of one mind, to assent to একেমতে হ, সম্মত হ, মান্তি হ, (962 I can not agree to the proposal=1015172 সৈতে মই একমত হব নোৱাৰো, বা তােমাৰ কথাত মই সম্মত হব নোৱাৰাে ; to be consistent with মিল হ; to suit শুজ, যেনে The climate does not agree with me=সেই হৱা-পানীয়ে caya 2016 --able adj. suitable, conformable উপযোগী, মনৰ মতন, মিল থকা ; pleasing সন্তোষজনক, ভাললগা ; consciting to সম্মত। --ably adv. plcasingly cla 791164; alike faf6a1ce, (with to) 1701 ---ment n. concord, conformity fatal, 77518 ; contract 4778, গিৰমিট, সম্মতিপত্র ; চুক্তি পত্র ; কৰাৰ ; সংবিদ।। Agrestic (ata6.-167) adj. rural rustic চহা, গাঁৱলীয়া ; খেতিয়ক শ্ৰেণীৰ। Agriculture (faa19517") n. the act of cul- tivating thic land খেতিপথাৰ, খেতি কৰা বিদ্যা, কৃষি-কৰ্ম্ম। —tural adj. খেতি সম্বন্ধীয়, কৃষিজাত । Agricultural Bank=খেতিৰ সহায়কাৰী বেঙ্ক। Agricultural implements=খেতি কৰা সঙ্গুলি। --turist . farmer খেতিয়ক, কৃষক। Aground ( 491 ) adv. on the ground alice ওপৰত, চটৰ ওপৰত, চৰখৰীয়াত। The steamer ran aground== জাহাজ চটত লাগিলগৈ । Ague ( এগিউ ) a. fever accompanied with shivering ঔপনি জ্বৰ । Ah, Aha (অ, আহ) inter. শোক, দুখ, আনন্দ বা আচৰিত বুজোৱা শব্দ, যেনে—আহাঃ, অঃ, উঃ, অয়ৈ, দেহি ঐ। Ahead (to's) adv. in advance, farther on আগলৈ, অগধৰি, সম্মুখত। Aid ( এড়) v. t. to help সহায় কৰ। --. help assistance সহায় ; মােকর্দমাত কাৰাবাৰ; সহকাৰী, সহায় কৰোতা। —ance n. Aided school=চকাৰৰ পৰা সহায় পোৱা পঢ়াশালি। Aid-de-camp (qu:ft) n. an officer who carries the orders of a general otac চাহাবৰ হুকুমজাৰি কৰি যুদ্ধ খবৰ অনা-নিয়া কৰা বিষয়া, ৰজা বা ৰাজ প্রতিনিধিসকলৰ হুকু জাৰি কৰিবলৈ লগত ফুৰা সৈনিক-পুৰুষ । Ail (99) v. i. to feel pain 51 6911 44 1 ---v. t. to affect with uncasiness P8991317 দিয়া। What ails you ?=তােমৰি কি হৈছে ? - ment n. pain y; indisposition afaut, গ। বেল্প, নেহনেহ-থেহথহ। Aim (47) v. i. or v. t. (at) take sight, to point as a weapon লক্ষ্য কৰ, পোনা, $|| ----. the thing pointed at opi, 2110 পোনাই অস্ত্র প্রহাৰ কৰা হয়; intention ইচ্ছা, অভিপ্রায়। --less adj. without aim লক্ষ্য, নথক্য, উদ্দেশ্য নথক।। -—lessly adv. এনেয়ে । Air (4317) n. the fluid we breathe aly, হাৱা, সাধাৰণ বতাহ ; the atmosphere আকাশ; a melody গীতৰ জাত বা সুৰ; (pol.) affected manners ভেন, ব্যৱহ ৰ। To take air= প্রকাশ, প্রকাশ হ, বা জ To take the air বতাহ লবলৈ, হাৱা খাবলৈ । Air-bladder কোন মাছৰ পেটত থকা ঢৌতে।। Air gun= বিনা খাৰে শুদ। বতাহেৰে চলোৱা হিলৈ। Air- plane or Aeroplane n. at 2011 Air- pump=বতাহ উলিওৱা যন্ত্র। tion=উড়। জাহাজৰ আক্ৰমণৰ পৰা যক্ষাপের। উপায় । Air-navigation=বিমান পৰিবহন। Air- traffic==বিমান যাতায়াত। Air mail = বিমান ডাক। Air shaft = খনিৰ ভিতৰলৈ বতাহ যাবলৈ ৰখা সুৰুঙ্গ।। Air-ship=বেলুনৰ সহায়েৰে চলোৱ। আকাশী ৰথ ( ই বতাহতকৈ পাতল হয়)। Air- tight=কে নিও বতাহ সোমাব নােৱাৰা। Air (417) v. t. to dry by air and warmth বতাহত মেলি দি শুক!, বতাহ সগ।। Aircraft n. flying machines gencrally 191077 44 —way n. অাকাশী ৰথ বা জাহাজ চলােৱা বাট । Air-force=faata sifati Airways=311999, বিমানপথ। Air forces-=বিমান বল। Air hostess-=বিমান সেৱকিনী, বিমানত যাওঁতে যি শুশ্রুষা কৰে। Air lift=বিমানে দিয়। যােগান । Airy (eta) adj. open to the air 2015 Contat; unsubstantial 914 ; fickle la মনৰ, বতাহৰ দৰে। Aisle (457) n. part of a church on either Air-raid precau-