পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Agent [ 14 ] Agony এজেঞ্চি অফিছ ; business of an agent or his action গোমোস্তাগিৰি, মুক্তিয়াৰি ; অনৰ সলনি কোনো কাৰবাৰ বা দোকান চলাওঁতা ; instru- mentality যত্ন বা কাৰবাৰ, যেনে ৫/arougla his agency=তেওঁৰ কৰবাৰত ব| যতুত, হতুৱাই । --অভিকৰণ। Agent ( এজেন্ট ) , a deputy, a manager এজেন্ট, গােমস্তা, প্রতিনিধি, উকীল ; অভিকর্তা। Agglomerate (491251'cat ) 2.1. or v. i. to form into a ball or inass লদ বন্ধ, গোটখাই লাড় বন্ধ।। -ration n. লাড় বন্ধটো, চপৰা 1. মৰাটে।। 0. an Agglutinate (oraforat) 1. t. to cause 10 stick together isy glue afica (81311 -- nation n. di alfa 16 ---native adj. tending to unitc জেপের্টিয়া, লাগিধৰা গুণৰ । Aggrandise (এগ্রোইজ) t. to make great ডাঙ্গৰ বা দীঘল কৰ, মান সম্রম ব। ক্ষমত। বঢ়া, বৰটো কৰ। -ment n. cnlargement বৰ বা ডাঙ্গৰ কৰাটো, বৃদ্ধি, উন্নতি। Aggravate (Carta'tot) v. t. to make worse আৰু বেচি বেয়া কৰ, বেচি গধুৰ কৰ, টান কৰ; to provoke খং তোল।vating adj. বঢ়োৱা গুণৰ, বেয়ালৈ টন।। -~-vation . বেয়াৰ ফাললৈ ঢাল caldi 31 (ad=to, gravis=heavy) ! Aggregate (এগগ্রিগেট) v. i. to collect মুঠ কৰ, 44431 ---adj. formed of parts taken together মেট, মঠ, সমুদায়। —n. খোপ, মুঠ । broken stonc ctc. for concrete কংক্রিট বাবে ভঙ্গ। শিল বা ইটাৰ টুকুৰা; শিল গুট। In the aggregate=C1162 0941 -gation n.

      • 417Bii (ad=10, grex=to flock) )

Aggress (4997916.) v. i. to bring a quarrel আগধৰি দন্দ কৰ, পোনেই জোকা; to intrude 1571578f3 (1371 --gression n. the first act of injury প্রথম অক্রমণ; শান্তিভঙ্গ। – gressive adj. অগেয়ে খুটিয়াই লােৱা, আগবাঢ়ি যোৱা, নোজোকলেও জোকোৱা, খুটখুটিয়া। -or n. one who makes a first attack যি অাগেই লগাই। লয়, যি আগধৰি দোষ কৰে বা আক্রমণ কৰে। rieve (usato) v. t. to pain, to injure দুঃখ দে, বেজাৰ দে, হানি কৰ। (সদায় passive voiceত হয়। যেনে I am much aggrieved= মই বৰ বেজাৰ পাইছো।) Aghast ( এগাস্ত ) adj. terrified অবাক, বিচুত্তি। Agile (এজাইল) adj. nimble active খটকীয়া, খৰপেচ, চটফটীয়া। -lity n. quickness খপােচ গুণ, ততাতৈয়া। also Agileness. Agio (9f-') n. percentage charged on exchange of paper moncy; discount of আদি ভঙ্গলে লোৱা বামচ ; অন দেশৰ ধন সালে লােৱা শতকৰা মুনাফা। Agitate (এজি’টেট) 0. to stir violently অন্দোলন কৰ, ঘঁট, লৰাই থাক; to discuss ৰাজহুৱ। কথাৰ মেল বা আলচ কৰ। —tation ঘট। কাম, হেন্দোলনি আলোড়ন ; ৰাজহুৱা ৰাজহুৱা অন্দোলন, জাল খাই উঠাটে।। ---tator . যি ৰাই জক জাঙ্গুল খুৱায়, জান্স-খুৱাওঁতা, অন্দোলন কৰোতা। Agnail (এগনেল) n. inflamation round the toe, a whitlow নখ-চুক! ; আঙ্গুলি উখহ। Agnate { এগনেট) adj. related by the father's side বাপেকৰ ফলৰ সমন্ধীয়া, বংশৰ জ্ঞ। তি, সগোত্র । Agnostic (996) n. one who maintains that the existence of God and an unseen world are unknown and unknownable fi ঈশ্বৰ আৰু পৰকল থকাটে। নেজানে। বা জানিব নোৱাৰি বুলি কয়, ঈশ্বৰ-সন্দেহী, নাস্তিক। —ticism (এগ্নচ, টিচিজম) নাস্তিক মত। Ago ( এগে।) ado. gone, past হৈ গল, হল, অগেয়ে। Several years ago=বহু বছৰ আগেয়ে। Agog (697) adv. or adj. cager $721931, হেঁপাহকৈ । Agoing ( এ-গোয়িং) ado. going on যাওঁতে, চলি থাকোতে। Agonist ( এগনিস্ত) n. one who competes in an athletic cornloat মাল যু'জাৰু। Agonise (1991) v. t. to put in severe pain যাতনা দে, যন্ত্রণা দে, সহিব নােৱাৰা শাস্তি কৰ। ---[ising adj. যন্ত্রণাদায়ক। Agony ( এগনি) n. cxtremc pain ; the death struggle যাতনা ; (বিশেষকৈ) মৰণৰ যাতনা, শীয়াতু, চাটিফুটি, ইচাট-বিচাট। .