পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Cover [ 168 ] Crack 10 ---Il. that a Cover (2017) v. t. to hide, to screen ot, লুকা, অৰকৰ, আচ্ছাদন কৰ, মাটি ধৰ ; সঙ্গম

    • ; to incubate 191; to extend over 974,

মেল; be suficient for অাট, যথেষ্ট হ, জোৰ ; to shelter আশ্রয় দে, ৰক্ষা কৰ। ঢাকোন দে, পাৰ, মেজ, পাত। The land cover- ed by Patta -পটাত ভুক্ত থকা মাটি । which protects ঢাকন, ঢাকনী, খপ, আবৰণ, সঁফৰ ; a shelter অৰ, আশ্রয়স্থান, লুকুৱা ঠাই ; the table-requisites for a person 44 লাগতীয়াল মেজৰ বস্তু (যেনে কাটা, চামােচ, ustfu ) ; pretence 69--ing 12. anything spread over ঢাকনা, কোনাে বস্তুৰ ছাল, বাকলী, চেঁচ, যিহেৰে কোনো বস্তু টকা হয়। To cover a landing = to give shelter to land 98187 31 এঠাইত নামােতে আক্ৰমণ কৰিব নোৱাৰাকৈ অৰ কৰি ধৰ। Covering বেটুপাত। Coverage জোখ বা জাননীয়ে ধৰা। Cover-girl যাৰ ছবিৰে কাকতৰ সৌন্দর্য্য বঢ়োৱা হয় । Coverlet ( কভাৰলেটু) . bed-cover তলত-পৰা। Covert ( কভার্ট) adj. concealed, secret, গােপনীয়, ---». a shelter pat Coverture (UT-14! 1. shelter tuu; the condition of a married woman as under the protection of her husband raita atacy, পুৰুষৰ আশ্রয় বা পােহপালৰ দায়িত্ব। —ly adv. in concealed manner (9194 ভাবে, নজনাকৈ। -coat লঘু হলো চোল। Covet (*15'C) v. t. to wish for cagerly cats কৰ, হেঁপাহ কৰ, আকাক্ষা কৰ। —able adj. লােভজনক। --ous adj. avaricious, greedy for a gain লুঙীয়া, হেঁপেহুৱা, আকলুৱা, ধনলােভী। --tousness 1. cager, desire for gain 917, হাবিয়াহ, ধনলােভ, আকাঙ্ক্ষা, তাই। Covey ( ক’ভি) n. a brood of birds চৰাইৰ জাক, এজাক, চৰাই পােৱালীৰ বাহ । Covinous, Covenous (featadj. deceitful প্রবঞ্চক, প্ৰতাৰ। Cow ( কাও) n. the female of the bull গাইগ, কোনাে কোনো জন্তুৰ মাইকী, যেনে Cow-buffalo, Cow-elephant, -berry=+-i boy 97- ৰখীয়া লৰা। –calf চেঁউৰী গৰু, কাটুলী পােৱালী । --herd=one who herds cows 931184 1-house গগাহালি। -leech গৰু ম'হৰ বেমাৰ চোৱা ডাক্তৰ। «pox গো বসন্ত, গৰুৰ গাত ওলােৱা নুতি। Cow- Pea বলছে মাই। Cow ( কাও) ৫, t. to subdue বশ কৰ, জই পেলা; to intimidate হুমিয়া ; dishearten নিৰুৎসাহ ed adj. depressed ভয়ত টেপাখােৱা, বশীভূত । Coward (#tatt. ) n. one wanting courage, a timid fellow curga atai -ly adj timid, mean ভয়াতুৰ, ভীৰু, নীচ, নিঃকিন। —liness n. ভীরুতা। -dice na.tinidity ভীরুতা, ভয়, ভয়াতুৰ স্বভাব। Cower (atata) v. i. to crouch in fcar টেপা খা! Cowl (কাউন্) . a monk's lood Satata ধর্ম পালক লােকসকলে পিন্ধা মূৰৰ আবৰণ ; chimney cover ধোঁৱা যােৱা চুঙ্গীৰ ওপৰৰ ঢাকন। Cowrie, Cowry ( কাউৰী) n. কড়া, কড়ি। Cowslip (#165 for apos) n. a kind of primrose পথাৰত গজা এবিধ বিলাতী ফুল। Coxcomb (*1-') n. a fool, a fop prata *** দৰে ৰঙা আৰু থিয় মূৰ-চাকনী, ফুলবাবু, ধুনপেচ মাৰি ফুৰা মুখ-লােক। Coxswain, Cockswain ( *3-00100) n. an officer who takes care of a boat under a superior officer জাহাজৰ চাৰেং। Coy (**) adj. modest, sly লাজুকা, নম্র। -ness 1. Cozen ( কজন। . ৫. to cheat ভুল, দুল। -er n. প্ৰতাৰক। Crab (642) well-know shell-fish কেঁকোৰ; a sign of the zodiac কর্কট ৰাশি। a kind of wild apple tree or its fruit এবিধ বনৰীয়া আতলচ বা তাৰ গছ। --louse f6 411 Crabbed adj. harsh, peevish cortoetat, খিংখিঙীয়া, কেটেৰা-জেঙেৰা; difficult ঘোটক, অকোৱা পকোৱা। Crack () n. a sudden splitting sound মেৰেকাই উঠা শব্দ ; a chink ফাটু ফুটা, বিন্ধা। —v. t. to split ফা, ফুটা জলঙ্গা উলিৱা। . i n.