পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 167 ) Coront হেঁছোকেই। Coup detat ( কু-দে-তা ) a violerit or illegal change of government thaaru আকস্মিক আমূল পৰিৱৰ্তন। ouple (কাপ) n. a pair ; two of a kind joined together যােৰ, যুগ্ম, দুটা, এহাল ; man and woman মত তিৰোতা দুয়ো। --v. 1. or to join together 097 091; to mate সহবাস কৰ। Couplet (কাপ-লেটু) n. two lines of versc rhyming with cach other f977 1 Coupling (fa) n. that which connects ari appliance in machinery খাপখুৱাই ধৰা বন । Coupon (a) 1. a slip of paper attached to a counterpart $?97 C.*** ; billet it as 'ourage *17766) 1. lutvery, daring spirit 5111! --geous adj. full of courage, brave ডাঠুৱা, সাহিয়াল, বুকু-ছাঠ, নয়, খামি-ডাঠ। Courier (fa142) 1. neschiger, a runner পত্র বহাক, দূত, কটকী, ডাকোৱাই ; a travelling attendant dito! Course (76) n. the act of running sfu; a passage 316, 9; the direction in which one goes যেনি যায় সেই ফাল বা সেই মুখ ; a race 02 21 4401; progress tal **** বা চলি থকা সময় ; statect method or proceed- ing নিয়ম, নিয়মিত ধৰা, স্বাভাৱিক গতি ; উপায় ; a prescribed series কোনাে নির্ধাৰিত পাঠ্য বা শিক্ষণীয় বক্তৃতা; a division of a meal ভােজনৰ সময়ত ক্রমে খাবলৈ দিয়া আহাৰৰ কোনাে এভাগ; conduct আচৰণ। {t.) n. the inenses *a : In due course - 1970, সময়মতে। He knows not what course to Pursue ==সি কি কৰিব একো স্থিৰ কৰিব পৰা নাই। Of course:- অৱশ্যে। In course =যথাক্রমে, ধাৰাবাহিকপে। The course of & river নৈৰ শেজা, নৈৰ গতি। The Entrance Course== =এন্টেন্স পৰীক্ষাৰ পাঠ্য। The race course : ঘোৰ পৰুৱা বাট, ঘোৰ খেলৰ ঠাই। Court (*) space surrounded by houses খৰেৰে আবৃত ঠাই, চোতাল; the residence of a sovereign ৰজাৰ য-চৰা, 70-7; the retinue or council of sovereign ৰাজ-সভা, ৰাজ-দৰবাৰ ; a place of justice আদালত, সােধকৰা ঠাই, কাছাৰিঘৰ ; ন্যায়ালয় । To pay court=to pay attention, to show civility আদৰ কৰ, সম্মান দেখুৱা। .. to solicit, to seck পাব খােজ, বিচাৰ, বৰা, লে- পেন্ কৰ। -ing 1. wooing 0919 day 1 ---Iy adj. elegant af 9416 --dress zajat পােচাক । –fool আগৰ দিনত ৰজাৰ লগত ৰখা কোনাে ফুচুৰি মানুহ, বিষক। -house কাছাৰি ঘৰ । of small causes--ছোট আদালত। Civil court =CTAT আদালত। Revenue court কলেক্টৰী আদালত। —day কাছাৰি খােলা দিন । --yard চাল ; প্রাঙ্গন। - martial . court to try oficnces under the military laws সৈনিক আদালতৰ বিচাৰ। {$t.) Courts- martial. High court to t31701 Courteous (foto) adj. polite, obliging as, বিনীত, ভদ্র। —ness. নতত, ভদ্রতা । Courtesy (56-6) ». politeness, civility ব্যৱহাৰ, নম্রতা। ---titles পূর্বপুৰচলি অহ; উপাধি। Courtier (**) 1. one who frequents a court দৰবাৰত বা আদলত ফুৰা লােক; (orie who solicits favours অনুগ্রহ প্রার্থী লােক, মৰম বিচাৰোতা। Courtship (কঃশ্বিপ. the act of wooing বিয়া কৰিবৰ মনেৰে কৰা আলহ-উদহ, ভাব-ভক্তি, বিবাহর্থে মাইকী উলমুলুৱা কাম । Cousin (te) n. the son or daughter of an uncle or aunt ITEM 472-41.9444 পুতেক বা জীয়েক, মোমাই, জেঠাই বা মাহীয়েকৰ

  1. 1 01237 1 ---german 1. a first cousin

সদায়েক বা বৰ বাপেকৰ পুতেক বা জীয়েক। Cove (*'5) n. a small creck or lay 31544 সৰু ছােৱাৰ ; cevern পৰ্বতৰ ঘােপা ; a concave vault পকীঘৰৰ গুম্বজ । Covenant (কভেনেন্ট) . ment বন্দৱস্ত, চুক্তি, ধৰ্মৰ ক্ষণ-প্রতিজ্ঞা, পৰমাঝাৰে আত্মাৰ সম্বন্ধ বক্ষণ নিয়ম। --v. 1. to enter into an agreement বশৱস্ত কৰ, চুক্তি কৰ। -ted adj. holding a position under a contract বন্দৱন্তী, চুক্তিমতে, মােক । a mutual agree- a