পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Cheiro [117] Chiaro 11. com- ...ist n. = faz carttoni - slang )=a thing of excellent quality উৎকৃষ্ট বস্তু। Cheirography (কাইগ্রেফি) সুন্দৰলিপি। “grapher ভাল আখৰেৰে চকৰোতা। Cheiromancy ( কাইনােমেঞ্চি) . the art of telling fortunes by the lineaments of the hand, palmistry হাতচোৱা বিদ্যা, সামুদ্রিক । Also Cheirosophy. Chemise (af) n. a loose shirt used by woman চেমি, চোলা । Chemistry (কেমিষ্টি) , the science that treats of the nature and properties of elementary substance and their pounds দ্রব্যগুণ বিদ্যা, ৰসায়ন বিদ্যা, কেমিতি। one versed in chemistry 1737- পণ্ডিত, ৰাসায়নিক ডাক্তৰ। ---cal adj. relating to chemistry দ্রব্যসংযােগজনিত, ৰাসায়নিক। -cals n. (pl.) substances producing chemical effects ৰাসায়নিক বস্তুবােৰ। Chemi- cal affinity =াসায়নিক সংযােগ বা আকর্ষণ। Organic chemistry= উৎপাদিকাশক্তি বিষয়ক ৰসায়ন । Inorganic chemistry =ধাতু-বিষয়ক ৰসায়ন। Cheque, Check (569) n. an order for money payable demand হুণ্ডি, কোম্পানীৰ ধনভড়াগৰ টকা উলিয়াবলৈ নিয়া নিদর্শন কাকত। --book ধনৰ কাৰবাৰ চলােৱা কোম্পানীয়ে ধন জমা ৰখা লােকক দিয়া ৰচিৰ ফৰমৰ বহী। Chequer (('ata') 2. t. to mark in squares of different colours বেলেগ ৰঙেৰে কাচকলকৈ চিন দে, আলগ আলগকৈ ৰংচঙীয়া ঘৰ পতি। n. a chess-board way 71 702 খেলৰ ঢাল । (See also check ). --ed,---kered adj. 'variegate চিত্রবিচিত্ৰ, ৰঙ্গীন ঘৰপত। Cherish (66f74) ". 1. to nurture, to treat with affection লালন পালন কৰ; to entertain in inind মনত ৰাখ, মনত থ। Cheroot (শ্বিক. a cigar চুৰঠ, চেলে । Cherry (চ্চেৰী) . a kind of edible fruit or the trce that bears it কর্জা টেঙাৰ নিচিনা এবিধ সৰু ৰঙা সুৱদী ফল বা তাৰ গছ। Cherry brandy ==চেৰী গছৰ গুটিৰে কৰা মদ বা ফটিকা। Cherub (C56'7) n. a celestial spirit having wings পৰী, পাখিলগা, দেৱতা ; a beautiful child 7 791 T cetatati --bic adj. angclic পৰীৰদৰে। (pls.) Cherubs, Cherubim Cherup (256995) v. 1. to urge on fa oft আগলৈ খেদা। Chess (চ্ছে’চ) a game played on a chequered board with pieces 9023 সবা খেল । Board সতৰ খেলৰ ঢল। । figures or pieces used in the game of chess সতৰ খেলৰ গুটি । Chest (56) n. a large box C1, 52; part of the body below the neck ! Chestnot, Chesnat (657'56) n. the tree and the fruit of a large tree tatti --adj. of the colour of the chestnut *1977 $I Chevalier (fortsfoto) n. knight, a horse- man ঘোৰাচোৱাৰী সৈনিক, পুরুষ, অশ্বাৰােহী ata 31 (L. caballus = a horse). Cheviot (fosfat) n. a kind of woolen cloth একরকম নােমৰ কাপােৰ। Chevron (608679 n. a V-shaped band to be worn on the sleeve by the non-commi- ssioned army officers 95 factors খাপৰ অফিচাৰ সকলে সৰু-গাথিৰ ওপৰত কামিজ পিন্ধিব লগা V আকাৰৰ এক প্ৰকাৰ ফিটা । Chevy (চ্চেভি a hunting cry চিকাৰীৰ চিঞৰ ; pursuit চিকাৰ খেদা কাম। Chew (6) v. 1. to bruise and grind with the teeth (5991; (fig.) to meditate 57a; foot 21 ---. anything chewed (517tat বস্তু (যেনে তামােল)। Chew the cud=to ruminate পাগুল (যেনে গৰুৱে বঁহ পাগুলে)। Chiaroscuro ( কিৰােচকিউৰাে) effect of light falling on some objects whereby some parts are brightly illuminated and some are in varying degrees of shade কোনো বস্তুৰ ওপৰত পােহৰ পৰিলে কোনাে কোনাে অঞ্চল উজ্জ্বল হৈ উঠা আৰু বাকী অঞ্চলত বিচিত্র গভীৰতাৰ ছাঁ পৰা ঘটনা; treatment of these effects in pictorial art চিত্রকলাত রণ-সমাবেশ on n.