পৃষ্ঠা:The pronouncing anglo assamese dictionary.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Chastise [ 116 ] Cheese er n. 982-449 * ; 0742*41 - ed adj. purified, refined শশাধিত, বিশুদ্ধ । Chastise (চেস্টাইজ) v. t, to correct by inflicting punishment শাস্তি দি শাসন কৰ, তাৰণা কৰ, শান্তি দে। —ment n. correction, punishment শাসন, শান্তি, দণ্ড। Chat (6566) v. i. to talk idly cutatzfada *1 পাত, আলাপ কৰ। —৫, idle talk অলাগতীয়াল ভিতৰুৱা আলাপ। -ty adj. talkative কথাবাহী, চেলবেলীয়া। Chateau (শেটো) ৪. castle দুর্গ ; নগৰৰ বাহিৰে থকা ডাঙৰ মানুহৰ শকত পৰী ঘৰ । Chattel (668769) 1. any niovable property অস্থাৱৰ সম্পত্তি। Goods and chattels mov- ables মালবস্তু। Chatter (6566125) v. i. to talk idly operatori, চেলবেলা। —box. কথাবাহী লােক। চেবেলীয়া মানুহ। -ing adj. চেঁচেয়নি, বেযেকনি। Chauffer ( 556917)) n. a portable furnace লগত লৈ ফুৰাব পৰা জুই ধৰা বাকচ বা যতন। Chauffeur (ata) motor-car driver হাৱাগাড়ী চলাওঁতা। Chauvinism (উভিনিজ্ঞ, ম্) n. pride in one's country with hatred for others আনক নিন্দা কৰি দেশৰ গৌৰৱ কৰি ফুৰা বৃত্তি। Cheap (চীপ) adj. of low price সস্তা, কম দামৰ ; easily obtainable সহজে যতে-ততে পােৱা। —ly adv. সন্তাকৈ। —ness n. সন্তা, দাম

    • Catatibil -en v. 1. to ask the price of

a thing দৰা, দামদৰ কৰ; to lower the price of দাম কমা, এঙ্গা। —labour সন্তীয়া কুলী। trip সন্তীয়া ভাড়াত যাতায়ত। Dog cheap, Dirt cheap =ধুব সস্তা, যৰ সাইজ। To hold cheap =তুচ্ছ বুলি ভাব। Cheat (6576) v. t. to deceive, to defraud দুল, ফাকি দে, প্ৰতাৰণা কৰ, ঠগ। --. one who cheats, a fraud ঠগ, প্ৰতাৰক, ফাকিবাজ, ফাকি, হলনা, ভাওনা। Put & cheat upon=! To cheat the devil=কুকাৰ্য আৰাই ধন আদি তাৰ এভাগ পুণ্যকামত ভগন কৰ। Check (68697) v. t. to restrain, to curb 441, দমন কৰ, থমা, চাল, আটক কৰ; to rebuke তাৰণা কৰ; to examine an account ft চা বা মিলা; to mark with stripes আঁচ কৰ। a restraint, a sudden stop আটক, ৫মকা, মাথ; কিস্তি (যেনে দবা খেলৰ)। —er . one who checks or hinders থমাতা, পৰীক্ষা কৰি চাওঁতা । Check-clerk হিচাপ পৰীক্ষা কৰা কেৰাণী । Checker see Chequer. Checkmate (6567CIG) v. 1. a movement in chess that ends the game, to defeat The কৰ, ঘটুৱা ; হৰুৱা, পৰাস্ত কৰ। – , overthrow, click হাৰ, পৰাজয়, কিস্তি মাৎ। Checkers (156$16) n. (pl.) the game of (taughts সতৰঞ্চ খেলা, দবা খেলা। (hee-Chee বৰ্ণশঙ্কৰ, জাত এৰা; তিৰােতাৰ দৰে দুৰ্বল । Cheek (671 n. the side of the face below the eyes 97071 To have the chi ek to do anything = কোনাে বেয়া কাম কৰিবলৈ লাজ calcantati Cheek by jowl --aaf; inti- mate মিল, একেপােট । –y adj. saucy কেটেৰা- জঙেৰা, খিংখিঙ্গীয়া। To one's cheek to (one's private use নিজৰ ভিতৰুৱা কামৰ বাবে । Cheer (ষ্টীয়েৰ) a. joy হর্ষ, আনন্দ, সন্তোষ ; a shout of joy or welcome হৰিধ্বনি, জয়ধ্বনি ; entertainment -cutfo -v. t. (up) to comfort, to encourage মন ভাল লগা, সান্ত্বনা কৰ, উৎসাহিত কৰ, উদগা। ful-gay, lively উলাহী, হর্ষযু, ধেমেলীয়া, প্রফুল্ল, আনন্দময়। fully adj. * acz, teata! --fulness n. gaicty হর্ষ, আহাদ, সন্তোষ, উলাহ। -less adj. gloony মনমা, বিষন্ন, বেজাৰমুৱা, বিমর্ষ, জুলুক, মৰাৱা । --ry adj. lively প্রফুল্ল । of good cheer: clieery আমােদী। The fewer the better cheer = ভােজত যিমান কম মানুহ হয় সিমানেই ভাল। Three cheers-= মহােল্লাস, জয়ধ্বনি। To make good cheer te n. a খুওৱা। Cheese (57) n. curd of milk coagulated and pressed into round form গাখীৰ গােট মাৰি কৰাধান, পনি। ---monger a