পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শুনি ৰাঘৱৰ মহা কলা মিলিল। অনেক বিনয় কৰি পিতৃক বুলি। নিয়োক পিতৃ কৃপা কৰিমােক মােক। গুহ নৃপতি মেলি মােতােক দিও। জগতৰ পতি ৰামদেৱৰ বচন। গুনি দশৰথৰ সঃ ভৈল মন। এভাৱে ৰামত দয়া ৰাজাৰ বিৰ। মেলিয়া হক তা দিলা নৃপবর। পাইলন্ত গুহক ৰামে পিতৃত মাগিয়া। কৰিলা আশ্বাস বস্ত্র অলঙ্কাৰ দিয়া । অনেক শাসন মে দিলা গ্রাম দেশ। নির্ভয় বচনে তা বুলি অশেষ । আজি ধৰি গুহ তুমি ভৈলা মােৰ মিতা। থাকিয়ােক মুখে কিছু নকৰিব। চিন্তা । হেন শুনি গুহ চণ্ডালৰ অধিপতি। ৰামক সুশিল কৰি অনেক ভকতি কৈৰ মই হীন জাতি চণ্ডাল অধম। তুমি ত্রিজগত গুরু ঈশ্বৰ পৰম। ব্রহ্মা হৰে নাজান যাহাৰ মহিমা। চাৰি বেদে কহি যাৰ নাপাৱন্ত সীমা। অধমাে উদ্ধৰে যাৰ নাম লৈলে মাত্র। মই কেনে তােমাৰ মিত্ৰৰ ছৈলে। পাত্র । কেমনে তাকিবে। প্রভু তােমাৰ লীলাক। কৰঅনুগ্রহ কেনে কেতিক্ষণে কাক। নাহিক তােমত জাতি আচাৰ বিচাৰ। তযু পদে শৰণ কৰাে মাত্র সাৰ। এতেকে তােমাৰ তাত কৰুণা মিলয় । যেই সেই মতে যেন অমৃত পিৱয় ॥