মৰয় খণ্ডাৰ কোব বাৰুক ঝঙ্কাৰি। বাৰু সমে শালে কেহো জনে শৰ মাৰি। বৰতৰ অস্ত্ৰ ধৰি দুহাতে প্ৰহাৰে। শৱৰন্তে গৈয়া কতো হাতে পিেঞ্চ মাৰে। মদমত্ত চাপৰ উথলিল ৰোল। আগুৱান হুয়া যুজে লৈয়া ঢাল খোল। চবিভিীত শবদ উঠিল ভয়ঙ্কৰ। পৰম চঞ্চল চিত্ত ভৈল চণ্ডালৰ সদ্য লাগি আছয় চেতন নাহি গাৰে। হাতত চৌৱৰি ধৰি হুলহুলি ধাৰে। ভাল আউল-জাউল বাউল যেন খেদি আসে। অৰে তই কোন বুলি ফুৰে চাৰি পাশে। নাহি অস্ত্ৰ শস্ত্ৰ কতো প্ৰহায় দলি। দশৰথে দেখিয়া সন্ত খলখলি। আপোনাৰ কটকক দিগন্ত নিসান। ওই নৃপতিক জীৱতে ধৰি আন। শুনি নৃপতি আতি ফটক এখৰ। যুএিবাৰ সন্ধি আতি নয় বিস্তৰ চাৰিভিতি বেঢ়িয়া অনেক সেনাগণে। গুহ চণ্ডালক বন্দী কৰিল। তেনে ॥ পাচে পাত্ৰে নিয়া নৃপতিৰ আগে দিল। ৰামক দেখিয়া পূৰ্ণ বৃত্তান্ত যুৰিল। ৰাব চৰণে গৈয়? কৰি নমস্কাৰ। ৰামত কহ গুহে কথা আপোনাৰ শুনিয়োক ৰাম কহে। তবু চৰণত। আছি,ে ব্ৰাহ্মণ মই পূৰ্ব জনমত। দি দোযে চণ্ডাল তৈসেঁ, শুনা স্বৰূপত। ভূমী মহংৰাজা মোৰ বংশত ৫
পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৮৬
অৱয়ব