পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নাযায়। কথাৰে। ঠিক তেনেকুৱা। পদ্য লিখোতে মানুহে কোনাে এটা বাতৰি দিব দেখেছে, যি বস্তুটো বর্ণোৱা হয় তার রূপ বা গৃঢ় ভাবটোহে দেখুৱাবলৈ বিচাৰে। এই দেখি যিমান পাৰে ইঙ্গিতে কথা কোৱা। যায়, সিমান ভাল। কিন্তু সেই বুলি শাখৰুৱাকৈ কথা লিখিব নালাগে। পাঠকে যেন সহজে তােমাৰ ভাৰ বুজি যাব পাৰে, এই দৰে পদ্য ৰচনা কৰা উচিত। ভব সুকাই কথা লিখাৰ উত্তম উদাহরণ “বিদ্যাসুন্দৰত পােরা যায়। মালিনীয়ে যেতিয়া সুন্দৰৰ আগত বিদ্যাৰ ৰূপ বর্ণনা কৰে তেতিয়া তাই ভাব চুৰ কৰি কৰি কথা কৈছিল। বিদ্যাৰ চুলি সাপৰ নেজতকৈও • ভাল আছিল বুলি নয়; সাপে চুলি দেখি লাতে গাতত লুকাত বুলিয়ে কৈছে। কথা এই ৰে লিখিলে কবিতাৰ ৰস বাঢ়ে। এটা উদাহৰণ দিও চোষ। “আজীষন দুখত জীৱন ধৰাতকৈ জীৱনত জীৱন জাহ দিয়াই ভাল। | এই কথাটো আচল ভাবটো গােপন কৰি লিখা হৈছে। “জীৱন” শৰৰ অর্ধ দুট, প্রাণ আৰু পানী। সিহঁত দুইকো একে ঠাইতে লগ কৰাই ভাবটে। কিন্তু স্পষ্ট হৈছে। উপমা সাহিত্যৰ এবিধ প্রধান লঙ্কাৰ। ইয়াৰ ধাৰাই দুটা কৰ্ম্ম সিদ্ধ হয়। কোনাে ঠাইত উপমা দিলে কথা ধুনীয়া হয়, কেতিয়াবা ভাৰটো উত্তম রূপে। প্রকাশ পায়। ইয়াক ব্যৱহাৰ কৰি দুটা নিয়ম আছে। এক কমে, যিটো বস্তুৰ লগত যাৰ মিল, সিহঁত দুয়ােকো একে লগে লিখিলেই হয়; যেনে, সি ভৗস। ইয়াৰ দ্বাৰাই বুজাগল, যে সি ভীমৰ নিচিনা পৰামী। কেতিয়াবা এই দৰে নিলিখি কথাটো ঘূৰাই কয়; যেনে, তাৰ পৰাক্ৰম দেখিলে ভীমেও তলমূৰ কৰে। কোন বৰ লগত কোনটোৰ তুলনা হয় তাৰ একো নিয়ম নাই। কিন্তু কবিবিলাকে কিছুমান বস্তু আন কিছুমান নির্দিষ্ট বস্তুৰ লগত সদাই তুলনা কৰে। তাৰে কেইটামান তলত দিয়া গল। মুখ-মােন মিছিনা। চ পদুম ফুলবেন (পুরুষ)। হৰিণৰ চকু যেন (স্ত্রী)। না-তিলৰ ফুল যেন। -মুভাৰ নিচিনা।