পৃষ্ঠা:Subject Of Examination In The Assamese Language.djvu/৮১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


তোমাৰ নিচিনা, শোভনীয়া বত | নাই এই শংসাৰত। তোমাৰ লোত, চোৰে চুৰ কৰে | ডকাইতি কৰে ডকাইত। ইয়াত ডাইতে ষাটা বেয়া ঠাইত ব্যৱহাৰ কৰা হৈছে। তাক ডকাইত বুলি মাঢ়িলে পদ নিমিতে। অসমীয়া ভাষাত আৰু এটাইবোৰ শব্দৰে উচ্চাৰণ কৰোঁতে অ লোপ , যেনে, গ, আচল, কাকাৰ, মহিষাসুৰ। মিত্ৰাক্ষৰতকৈ অমিত্ৰাক্ষ ছত পদ্য লিখিবলৈ টান। লিখকৰ ভাত পাৰ্গতালি নাথাকিলে অমিল : Bদ শুনিবলৈ বৰ বেয়া হয়। কিন্তু জা মানুহৰ হাতৰ অমিল দুল মিলতকৈ ৰসাল। এই বিধৰ পদ্যত শষ যোজনা কৰিবলৈ কিছু উজু হয়। মিল ছত কোনো ঠাইত শ মিলাৰ নিমিত্তে মিঠা কোমল শব্দ লগাব লগাত পৰে। কিন্তু অমিল ছন্দত সি ৰা নাই, কেবল আখৰৰ মিল ৰাখি যি শৰ যেনেকৈ ইচ্ছা তেনেকৈ বহুৱাব পৰা যায়। এই ছন্দত কথা লিখোতে একোটা ভাব একে ফকিতে শেষ হলে পঢ়িবলৈকো বেয়া হয়, শুনিবলৈকো বেয়া শুনি। যিমান পৰা যায়, ভাৰ ভাজি ভাজি লিখা উচিত। বিবেচনা কৰা, তুমি তেৰ ফাকি ফখ। লিৰি, তেও ভাৰটোৰ অন্ত হোৱা নাই, এনে ঠাই সেই গৰ সেই কিতে শেষ কৰিব নালাগে। শৰীটোৰ মাজকে ভাৰটো দি আন এক ভাবে কথা আৰম্ভ কৰিবা। পাচে সেই কথা। আৰু এই মিলাই নি আন ঠাইত শেষ কৰিব লাগে। এই বিষয় আগেয়ে বুজাই দিয়া হৈছে। পত কোনো কথা লিখিৰৰ হলে, তাত কথাটো একেবাৰে ভাঙ্গি প্ৰকাশ কৰি লিখিব নালাগে। কথা ভালকৈ লুকাব পাৰিলে কবিতা বৰ ৰসাল হয়। আকাৰ ইঙ্গিতে কথা কৈ বিটো কি শ কৰি থব লাগে, পঢ়েতাই যেন চিন্তা কৰিছে সেই ভাৰ উলিয়াব পাৰে। তেতিয়াৰ মন কৰিব পাৰ, যে দূৰৈৰপৰা সকলো যাকে ভাল দেখি, কাৰণ সিহঁতৰ ঘুণৰোৰ দূৰৈৰপৰা দেখা নাযায়, কিন্তু ওচৰলৈ গলে কত যত বেয়া আছে এটাইৰোৰ ওলাই পৰে। নন্য দূৰৈত ধৰিলে ধুনীয়া দেখি, কি ওচৰৰ পৰা বৰ তা দেখা